Om Birla Elected Speaker of the Lok Sabha: ওম বিৰলা লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত

om birla 1

Om Birla Elected Speaker of the Lok Sabha:

➡️লোকসভাৰ অধ্যক্ষ নিৰ্বাচন ৷

➡️ওম বিৰলা লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত ৷

➡️ধ্বনি ভোটৰ নিৰ্বাচিত হয় ওম বিৰলা ৷

➡️দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ নিৰ্বাচিত হয় কোটাৰ বিজেপি সাংসদ গৰাকী ৷

➡️নৱ নিৰ্বাচিত অধ্যক্ষ বিৰলাক অধ্যক্ষৰ আসনলৈ আদৰি নিয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷

➡️ওম বিৰলাক আদৰণি জনায় সংসদী পৰিক্ৰমা মন্ত্ৰী ক্ষিৰেন ৰিজিজুৱে ৷

Exit mobile version