Nestlé milk powder seized in Hailakandi:হাইলাকান্দিত জব্দ নেচলে কোম্পানীৰ বুজন পৰিমাণৰ পাউদাৰ গাখীৰ

মেট্র'লজী বিভাগৰ অভিযানত এখন বাহনৰ পৰা জব্দ ১০০ কার্টন পাউডাৰ গাখীৰ

hailakandi 1

Nestlé milk powder seized in Hailakandi:

হাইলাকান্দিত জব্দ নেচলে কোম্পানীৰ বুজন পৰিমাণৰ পাউদাৰ গাখীৰ। মেট্র’লজী বিভাগৰ এটা দলে গোপন খবৰৰ ভিত্তিত এখন মহেন্দ্ৰ পিক বাহনত তালাচী চলাই জব্দ কৰে ১০০ কার্টন পাউডাৰ গাখীৰ ৷ জব্দকৃত গাখীৰখিনিৰ মূল্য প্রায় ৫ লাখ টকা ৷

Exit mobile version