Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

    Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

    Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

    তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

মাত্ৰ ২০ মিনিটত আপোনাৰ প্ৰিয় মিঠাই ৰসমল্লাই তৈয়াৰ কৰো আহক–

publisher by publisher
October 15, 2022
in Lifestyle
Reading Time: 1 min read
0
মাত্ৰ ২০ মিনিটত আপোনাৰ প্ৰিয় মিঠাই ৰসমল্লাই তৈয়াৰ কৰো আহক–
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

আজিৰ আখল

ADVERTISEMENT

সকলোৱে ৰসমল্লাই খাই ভাল পায় । গাখীৰৰ মালাইৰ পৰা সৰু সৰু লাড়ু কৰি এই সু-স্বাদু মিঠাই তৈয়াৰ কৰা হয় । সৰু-ডাঙৰ সকলোৱে ৰসমল্লাই খায় ভাল পায় । বিশেষকৈ পাউদাৰ গাখীৰৰ ৰসমল্লাইৰ সোৱাদ সকলোৰে প্ৰিয় ।

সাধাৰণতে সকলোৱে মিঠাইৰ দোকানত ৰসমল্লাই কিনি খায় । যদি আপুনি এই সু-স্বাদু মিঠাই ঘৰতে তৈয়াৰ কৰি খাব বিচাৰে ,তেন্তে আপুনি এই মিঠাইৰ সোৱাদ আৰু বেছিকৈ পাব পাৰিব আৰু আপোনাৰ বহুখিনি পইচাও ৰাহি হ’ব ।

গতিকে আহকছোন এই মিঠাই কেনেকৈ তৈয়াৰ কৰে আমি জানো —-

উপকৰণ :

১/ পাউদাৰ গাখীৰ এক কাপ
২/ বেকিং পাউদাৰ আধা চামুচ
৩/ ঘি এক চামুচ
৪/ ইলাচি ১/২ টা
৫/ চেনী দুই চামুচ
৬/ কনডেন্স গাখীৰ আধা কাপ
৭/ কণী এটা আৰু
৮/ এক লিটাৰ গাখীৰ

পদ্ধতি : প্ৰথমে পাউদাৰ গাখীৰ , বেকিং পাউদাৰ , ঘি আৰু কণী দি এক মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে । যদি মিশ্ৰণখিনি কোমল নহয় তেতিয়া তাত সামান্য গাখীৰ ঢালি কোমল কৰি ল’ব পাৰে । ইয়াৰপিছত মিশ্ৰণখিনি এখন ঢাকোন দি প্ৰায় ১০ মিনিট সময় ৰাখিব লাগে ।

পুনৰ এক লিটাৰ গাখীৰ গৰম কৰি ইলাচি , চেনী আৰু কনডেন্স গাখীৰ মিহলি কৰিব লাগে । এতিয়া তৈয়াৰ কৰি থোৱা মিশ্ৰণখিনিৰ পৰা নিজৰ জোখমতে সৰু সৰু লাড়ু তৈয়াৰ কৰি গৰম কৰি থকা গাখীৰখিনিত ঢালি দি লাগে । কিন্তু এটা কথা মনত ৰাখিব লাগে যে , গাখীৰখিনি গৰম কৰি কৰি আধা হ’বলৈ দিয়াৰ পিছতহে ৰসমল্লাইখিনি ঢালিব লাগে অৰ্থাৎ গাখীৰখিনি ডাঠ হোৱাৰ পিছতহে তৈয়াৰ কৰি থোৱা ৰসমল্লাইখিনি দিব লাগে ।

কিছুসময় উতলোৱাৰ পিছত আৰু অলপ ডাঠ হ’লে এখন ঢাকোন দি আৰু পাঁচ মিনিট সময় ৰাখিব লাগে । ইয়াৰপিছত জুইৰ পৰা নমাই আৰু ১৫ মিনিট সময় ঠাণ্ডা নোহোৱা পৰ্যন্ত ৰাখিব লাগে । এনে কৰিলে ৰসমল্লাইৰ ভিতৰত গাখীৰ সোমাই ৰসমল্লাইখিনি ফুলি উঠিব ।

এতিয়া ২০-২৫ মিনিটৰ ভিতৰত আপোনাৰ প্ৰিয় মিঠাই ৰসমল্লাই তৈয়াৰ হৈ খাব পৰা হ’ব । আপুনি যদি ঠাণ্ডা কৰি খাই ভাল পাই , তেন্তে পুনৰ ৰসমল্লাইখিনি ফ্ৰিজত ৰাখি পৰিবেশন কৰিব পাৰে । সৰুৰ পৰা ডাঙৰলৈ এই মিঠাই সকলোৱে খাব পাৰে । গাখীৰৰ সকলো পুষ্টি গুণেৰে ভৰপূৰ এই মিঠাই স্বাস্থ্যৰ পক্ষেও ভাল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rasmalai
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d