GMC Mayor Mrigen Sarania Announced:মহানগৰীৰ পদপথ ব্যৱসায়ীৰ উদ্দেশ্যি গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়াৰ ঘোষণা

mrigen

GMC Mayor Mrigen Sarania Announced:

➡️মহানগৰীৰ পদপথ ব্যৱসায়ীৰ উদ্দেশ্যি গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়াৰ ঘোষণা ৷

➡️এতিয়াৰ পৰা পদপথ আৰু ৰাষ্টাৰ কাষৰ য’তে ত’তে কৰিব নোৱাৰিব ব্যৱসায় ৷

➡️জিএমচিৰ নিৰ্ধাৰিত ভেণ্ডিং জ’নতহে কৰিব পাৰিব ব্যৱসায় ৷

➡️বিদ্যালয়,নামঘৰ,মন্দিৰৰ সন্মুখত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় ৷

➡️দুমাহৰ ভিতৰত মহানগৰীৰ নলা- নৰ্দমা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ’ব ৷

➡️৬০ টা ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক লাইট দিয়া হ’ব ৷

➡️প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ কৰা হ’ব দুটাকৈ ৰাজহুৱা শৌচালয় ৷

➡️ল’ৰা- ছোৱালী একেলগে শিক্ষা গ্ৰহণ কৰা মহানগৰীৰ দহখন শিক্ষানুষ্ঠানত নিৰ্মাণ হ’ব ৰাজহুৱা শৌচালয় ৷

Exit mobile version