Heroin Seize With Paddlar Arrested:হাতীগাঁৱত এছটিএফৰ অভিযানত হে’ৰইন সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

hatigaon

Heroin Seize With Paddlar Arrested:

মহানগৰীৰ হাতীগাঁৱস্থ শেৱালি পথ আৰু সুৰয পথত এছ টি এফে অৰ্তকিতে অভিযান চলাই নিষিদ্ধ হে’ৰইন সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

এটা চাধা টেমাৰ পৰা সন্দেহযুক্ত ১৭.৩ গ্ৰাম হেৰ’ইন সহ বিভিন্ন ৰঙী ৰেপিং ৰবৰ , চিগাৰেট প্ৰস্তুত কৰা পেপাৰ আৰু সৰবৰাহকাৰী দুটাই ব্যৱহাৰ কৰা স্কুটি এখনো জব্দ কৰে ৷

আনহাতে এছটিএফৰ জালত পৰা সৰবৰাহকাৰী দুটা হ’ল ডিমাপুৰৰ ছানী আচাৰ্যী আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ লিটনজিত দাস ৷ ইতিমধ্যে এছটিএফে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুটাক জেৰা চলাইছে ৷

Exit mobile version