Wild elephant calf found in flooded waters of Ai river in Tukrajhar:চিৰাঙৰ বেংতলৰ টুক্ৰাঝাৰৰ আই নৈৰ বাঢ়নি পানীত উটি আহিল এটি বন্যহস্তীৰ পোৱালী

elephant 1

Wild elephant calf found in flooded waters of Ai river in Tukrajhar:

➡️চিৰাঙৰ বেংতলৰ টুক্ৰাঝাৰৰ আই নৈৰ বাঢ়নি পানীত উটি আহিল এটি বন্যহস্তীৰ পোৱালী ৷

➡️চিৰাং বন বিভাগৰ তৎপৰতাত উদ্ধাৰ হাতীৰ পোৱালীটো ৷

➡️উদ্ধাৰ হোৱা হাতীৰ পোৱালীটো অনা হয় ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ ৷

বন বিভাগে চিকিৎসাৰ ব্যৱস্থা কৰিছে হাতী পোৱালিটোৰ ৷

➡️বন্যহস্তীৰ পোৱালীটো চাবলৈ ভিৰ ৰুনিখাতা বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ৷

➡️মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতী জাকৰ স’তে ওলাই আহিছিল বনৰীয়া হাতী পোৱালিটো

➡️টুক্ৰাঝাৰৰ আই নৈ পাৰ হওতে জাকৰ পৰা এৰা পৰি বাঢ়নি পানীত উটি যায় ৷

Exit mobile version