Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Suppreme Court :আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰৰ স্বৰূপ উদঙালে উচ্চতম ন্যায়ালয়ে

কংগ্ৰেছ সাংসদ ইমৰান প্রতাপগঢ়ীৰ ভিডিঅ'ত ব্যৱহাৰ কৰা কবিতাক লৈ গুজৰাট আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ

publisher by publisher
March 4, 2025
in India, News
Reading Time: 2 mins read
0
Affidavit of Central Government:অপৰাধত দোষী সাব্যস্ত ৰাজনীতিকৰ বাবে ছবছৰীয়া নিষেধাজ্ঞা যথেষ্ট
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ডাম্বলৰে মূৰত আঘাত, অতিসংখ্যক ৰক্তপাত

যোগী ৰাজ্যত আৰক্ষীৰ ‘লাঠী চাৰ্জ’ত মৃত্যু বিজেপি কৰ্মীৰ

বলপূৰ্বকভাৱে লালকিল্লাত প্ৰৱেশ চেষ্টা! দিল্লীত গ্ৰেপ্তাৰ পাঁচ ‘বাংলাদেশী অনুপ্ৰৱেশকাৰী’

Suppreme Court :

দেশত একাংশ আৰক্ষীৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰৰ স্বৰূপ উদঙালে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। গুজৰাট আৰক্ষীয়ে ৰুজু কৰা এটা গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয়। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভুঞাৰ খণ্ড বিচাৰপীঠে আৰক্ষীৰ স্বৰূপ উদঙাই এইবুলিও কয় যে এতিয়া কোনেও সৃজনীশীলতাকো সম্মান কৰিব নিবিচাৰে।

ADVERTISEMENT

উল্লেখ্য যে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ইমৰান প্রতাপগঢ়ীয়ে সামাজিক মাধ্যমত কেইদিনমান পূর্বে এটা ভিডিঅ’ আপলোড কৰিছিল। ভিডিঅ’টোৰ নেপথ্যত এটা কবিতা পাঠ কৰা হৈছিল। সেই কবিতাটোক লৈয়ে আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাক কালি উচ্চতম ন্যায়ালয়ে কার্যত তীব্র কটাক্ষ কৰে।

কবিতাটোত ধর্মীয় অনুভূতিত আঘাত হনা আৰু সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰাৰ বক্তব্য আছে বুলি অভিযোগ তুলি গুজৰাট আৰক্ষীয়ে সাংসদজনৰ বিৰুদ্ধে কেইদিনমান পূর্বে এটা গোচৰ ৰুজু কৰে। গোচৰটো খাৰিজ কৰিবলৈ সাংসদজন গুজৰাট উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয়। কিন্তু ন্যায়ালয়ে তেওঁৰ এজাহাৰখন খাৰিজ নকৰিলে। তাৰ বিপৰীতে বিষয়টোৰ অনুসন্ধানৰ প্ৰয়োজন আছে বুলি ন্যায়ালয়ে মত পোষণ কৰে। তাৰ পাছতে প্রতাপগঢ়ী উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হয়। শুনানিত গুজৰাট চৰকাৰৰ হৈ ছলিউচিটৰ জেনেৰেল তুষাৰ মেহতায়ো মন্তব্য কৰিবলৈ বাধ্য হয় যে কবিতাটোৰ অৰ্থ বুজাত হয়তো বহুতৰে ভুল হৈছে। তাৰ পাছতে ন্যায়াধীশ ওকাই কয়, ‘এইটোৱেতো সমস্যা।

এতিয়া কোনেও সৃজনীশীলতাক সন্মান নকৰে। এই কবিতাটো পঢ়িলে কি কথা কোৱা হৈছে তাক বুজিব পাৰিব। কবিতাটোত কোৱা হৈছে যে যদি আপুনি কোনো অবিচাৰ পায়, তাকো ভালবোৰৰ লগত গ্ৰহণ কৰক।’ গোচৰটোৰ চূড়ান্ত শুনানিৰ সময়তে তুষাৰ মেহতাই কয়, ‘এইটো কবিতা বুলি মই স্বীকাৰ কৰিব নোৱাৰো। কিয়? সিংহ কেতিয়াও ভাল অথবা বেয়া নহয়; এইটো হ’ব পাৰে অথবা নহ’ব পাৰে।’

ন্যায়াধীশ ওকাৰ তেতিয়া মন্তব্য, ‘এতিয়া আপুনি তেওঁৰ লগত কবিতা লিখাত প্রতিযোগিতা কৰিব বিচাৰিছে?’ ইয়াৰ পাছত গুচৰীয়া পক্ষৰ অধিবক্তা কপিল ছিব্বালে কয়, ‘মেহতাই চেষ্টাহে কৰা নাই, এই ক্ষেত্ৰত তেওঁৰ গভীৰ জ্ঞান আছে। লগে লগে মেহতাৰ মন্তব্য। মোৰ সময় নাই। মানুহে কয়, তুমি কবি হ’বলৈ হ’লে প্রেমত ব্যর্থ হ’ব লাগিব। মই কেতিয়াও হোৱা নাই।’ আজি গোচৰটোৰ চূড়ান্ত শুনানি অনুষ্ঠিত হয় যদিও ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abuse Of POWERconress Mp iMRAN pRATAPGARHIGujarat PolicepoliceSuppreme Court
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d