Cm Pressmeet In Loksewa Bhawan:লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ

hbs pressmeet

Cm Pressmeet In Loksewa Bhawan:

➡️লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ ৷

➡️ৰাজ্যৰ বান পৰিস্থিতিক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

➡️ৰাজ্যৰ মন্ত্ৰীসকলে তিনিদিনৰ বাবে বাহৰ পাতিব জিলা সমূহত ৷

➡️মুখ্যমন্ত্ৰীয়ে উজনিৰ বানাক্ৰান্ত জিলা ডিব্ৰুগড় আৰু মাজুলী পৰিদৰ্শন কৰিব বৃহস্পতিবাৰে ৷

➡️বৰাক উপত্যকাৰ বানাক্ৰান্ত জিলা সমূহৰ বান পৰিস্থিতিৰ বুজ ল’ব মন্ত্ৰী সকলে ৷

➡️ৰাজ্যৰ ২২ খন জিলাত অচিৰেই স্থাপন হ’ব আইচিইউ।

➡️ৰাজ্যৰ ৩৭টা স্থানত কিডনী ডায়েলাইচিছ চেন্ট্রাৰ স্থাপনৰ বাবে কেবিনেটৰ অনুমোদন ৷

➡️কিডনী ডায়েলাইচিছৰ ৰোগীয়ে চৰকাৰী নিৰিখতে মাচুল দিব পাৰিব ৷

➡️কেন্সাৰ হাস্পতালৰে টাটা ট্রাষ্টৰ শেষ হোৱা বুজাবুজি পুনৰ পাঁচ বছৰলৈ বৃদ্ধি ৷

➡️চৰকাৰী নিযুক্তি পৰীক্ষাৰ এছচি-এছটি প্ৰাৰ্থীয়ে দিব নালাগে মাছুল ৷

Exit mobile version