Cm Pressmeet In Loksewa Bhawan:
➡️লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ ৷
➡️ৰাজ্যৰ বান পৰিস্থিতিক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
➡️ৰাজ্যৰ মন্ত্ৰীসকলে তিনিদিনৰ বাবে বাহৰ পাতিব জিলা সমূহত ৷
➡️মুখ্যমন্ত্ৰীয়ে উজনিৰ বানাক্ৰান্ত জিলা ডিব্ৰুগড় আৰু মাজুলী পৰিদৰ্শন কৰিব বৃহস্পতিবাৰে ৷
➡️বৰাক উপত্যকাৰ বানাক্ৰান্ত জিলা সমূহৰ বান পৰিস্থিতিৰ বুজ ল’ব মন্ত্ৰী সকলে ৷
➡️ৰাজ্যৰ ২২ খন জিলাত অচিৰেই স্থাপন হ’ব আইচিইউ।
➡️ৰাজ্যৰ ৩৭টা স্থানত কিডনী ডায়েলাইচিছ চেন্ট্রাৰ স্থাপনৰ বাবে কেবিনেটৰ অনুমোদন ৷
➡️কিডনী ডায়েলাইচিছৰ ৰোগীয়ে চৰকাৰী নিৰিখতে মাচুল দিব পাৰিব ৷
➡️কেন্সাৰ হাস্পতালৰে টাটা ট্রাষ্টৰ শেষ হোৱা বুজাবুজি পুনৰ পাঁচ বছৰলৈ বৃদ্ধি ৷
➡️চৰকাৰী নিযুক্তি পৰীক্ষাৰ এছচি-এছটি প্ৰাৰ্থীয়ে দিব নালাগে মাছুল ৷