First time in three years, the monthly GST increase in the country is less than 10 per cent:তিনি বছৰত প্ৰথমবাৰলৈ দেশত মাহেকীয়া জিএছটি বৃদ্ধিৰ হাৰ ১০ শতাংশতকৈ কম

gst00

First time in three years, the monthly GST increase in the country is less than 10 per cent:

চলিত বিত্তীয় বর্ষত সামগ্রী আৰু সেৱাকৰ (জিএছটি)ৰ জৰিয়তে চৰকাৰে যথেষ্ট ৰাজহ আহৰণ কৰিছে। যোৱা জুনত দেশত সংগ্ৰহ কৰা জিএছটিৰ পৰিমাণ আছিল ১.৭৪ লাখ কোটি টকা।

জুনত দেশত জিএছটি সংগ্ৰহৰ পৰিমাণ ৭.৭ শতাংশ বৃদ্ধি পালে। অৱশ্যে বিগত তিনি মাহত প্রথমবাৰৰ বাবে দেশত জুনত জিএছটি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশতকৈ কম হ’ল। প্ৰথমবাৰৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে জিএছটি সংগ্ৰহৰ এই পৰিসংখ্যা আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিল। পূৰ্বে প্ৰতিমাহৰ প্ৰথম দিনটোতে বিত্ত মন্ত্রণালয়ে জিএছটিৰ সবিশেষ তথ্য ৰাজহুৱা কৰিছিল।

Exit mobile version