Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Solar Power Generation Has Shown Surprises:ৰাজ্যখনত দৈনিক সৌৰশক্তি উৎপাদনৰ সম্ভাৱনীয়তাৰ হাৰ ১৩,৭৬০ মেগাৰাট ধার্য কেন্দ্ৰৰ কেন্দ্রীয় মন্ত্রণালয়ৰ প্রতিবেদন

বিজেপি শাসিত আন ৰাজ্যই পালে শশ কোটি, অসমলৈ মাত্র ১৪ কোটি, বিদ্যুৎ উৎপাদনত চহকী ৰাজ্যয়ো সৌৰশক্তি উৎপাদনৰে দেখুৱাইছে চমক, দিছপুৰে কঁঠাল ভাঙিব ৰাজ্যবাসীৰ মূৰত

publisher by publisher
February 19, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Solar Power Generation Has Shown Surprises:ৰাজ্যখনত দৈনিক সৌৰশক্তি উৎপাদনৰ সম্ভাৱনীয়তাৰ হাৰ ১৩,৭৬০ মেগাৰাট ধার্য কেন্দ্ৰৰ কেন্দ্রীয় মন্ত্রণালয়ৰ প্রতিবেদন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Solar Power Generation Has Shown Surprises:

জল বিদ্যুৎ আৰু তাপ বিদ্যুৎ উৎপাদনত বিগত দশককেইটাত শোচনীয় ব্যর্থতা প্ৰদৰ্শনৰ পৰিণতিত মুকলি বজাৰৰ পৰা ক্ৰয় কৰা বিদ্যুতব ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হোৱা অসমে পর্যাপ্ত আর্থিক সহযোগিতা লাভৰ পাছতো সৌৰশক্তি উৎপাদনতো প্রদর্শন কৰিছে চূড়ান্ত ব্যর্থতা।

ADVERTISEMENT

যি সময়ত ভাৰত চৰকাৰে সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি নতুন নীতি গ্রহণৰে ইয়াত মনোনিবেশ কৰিছে, সেই সময়তে হাত সাবটি বহি থকা অসম চৰকাৰে এতিয়া ৰাইজৰ মূৰত কঁঠাল ভাঙিবলৈ তৎপৰ হৈছে।

শেহতীয়াকৈ অসম বিধানসভাত উত্থাপন কৰা আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটত বিত্তমন্ত্রীয়ে প্রস্তাৱ দিছে যে এতিয়াৰে পৰা ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা অট্টালিকাৰ ছাদত সৌৰ পেনেল স্থাপন কৰাটো বাধ্যতামূলক কৰা হ’ব। ইয়াৰ বাবে প্রয়োজনীয় নীতি-নির্দেশনা শীঘ্রে প্রস্তুত কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে। হঠাতে সৌৰশক্তি উৎপাদনৰ প্রতি অসম চৰকাৰ আগ্রহৰ আঁৰত আছে বিদ্যুতৰ ক্ষেত্ৰত পৰনির্ভৰশীল বাজ্যসমূহৰ তুলনাত অসমে সবাতোকৈ পিছপৰি ৰৈছে সৌৰশক্তি উৎপাদনত।

কেন্দ্রীয় চৰকাৰৰ নতুন আৰু পুনৰ নবীকৰণ শক্তি মন্ত্রণালয়ে শেহতীয়াকৈ প্রকাশ কৰা প্রতিবেদন মতে, ২০১৪ব ৩১ মার্চ পর্যন্ত সমগ্ৰ দেশৰ সৌৰশক্তি উৎপাদনৰ পৰিমাণ আছিল ২.৮২ মেগাৱাট। ইয়াৰ বিপৰীতে ২০২৩ ৰ ৩১ ডিচেম্বৰ পর্যন্ত দেশত সৌৰশক্তি উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ৭২.৩২ মেগাৱাটলে। দৈনিক ভাৰতৰ প্ৰতিখন ৰাজ্যতে উৎপাদিত হৈছে ৭৩,৩১৮.৪৯ মেগাৱাট সৌৰশক্তি। সমগ্র দেশৰ এই বৃহৎ পৰিমাণৰ সৌৰশক্তি উৎপাদনৰ ভিতৰত অসমৰ অৰিহণা হ’ল মাথোঁ ১৫৫.৮১ মেগাৱাটহে।

উল্লেখ্য যে তাপ বিদ্যুৎ উৎপাদনৰে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত চহকী ৰাজ্যৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দেশৰ কে’বাখনো ৰাজ্যই তাপ বিদ্যুতৰ সমান্তৰালকৈ সৌৰশক্তি উৎপাদনৰ দিশত লাভ কৰিছে চমকপ্রদ সফলতা। এই ৰাজ্যসমূহৰ সফলতা এনে পর্যায়ত উপনীত হৈছে যে সংশ্লিষ্ট ৰাজ্যসমূহে বিদ্যুৎ ৰাহি কৰি আন ৰাজ্যক বিক্রী কৰিবলৈয়ো সক্ষম হৈছে৷

এই ক্ষেত্রত ৰাজ্য চৰকাৰসমূহে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰি আহিছে বৃহৎ অংকৰ ধন। কেন্দ্রীয় চৰকাৰৰ অর্থসাহায্যত সৌৰশক্তি উৎপাদন প্রকল্প স্থাপন কবি সুযোগৰ সদ্ব্যবহাৰ কৰাত যি সময়ত দেশব প্রায়কেইখন আগশাৰীৰ ৰাজ্যই সফলতা অর্জন কৰিছে সেই সময়তো অসমে সৌৰশক্তি উৎপাদনব কৌশল আয়ত্ত কৰিব নোৱৰাটো ৰাজ্যখনৰ চৰকাৰ তথা শক্তি বিভাগৰ ব্যৰ্থতাৰূপে চিহ্নিত হৈছে।

কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, বিগত ৩১ ডিচেম্বৰত অন্ত পবা ২০২৩ত অন্ধ্রপ্রদেশত সৌৰশক্তি উৎপাদনৰ পৰিমাণ আছিল দৈনিক ৪৫৬৫.৬০ মেগাৱাট। ইফালে, চত্তিছগড়ব দৰে তুলনামূলকভাৱে ক্ষুদ্র ৰাজ্যখনতো সৌৰশক্তি উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ১০৭২.২৪ মেগাৱাট।

আকৌ তাপ বিদ্যুৎ উৎপাদনৰে  বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ৰাহি ৰাজ্য গুজৰাটত সৌৰশক্তি উৎপাদনব হাৰ হ’ল ১০,৫৪৯.০৭ মেগাৱাট। একেদৰে হাৰিয়ানাত ১২৪০ মেগাৱাট, কর্ণাটকত ৯৪১২.৭১ মেগাৱাট, মধ্যপ্রদেশত ৩১৭০ মেগাৱাট, মহাৰাষ্ট্ৰত ৫০৮০ মেগাৱাট, ৰাজস্থানত ১৮,৭৭৭ মেগাৱাট, তামিলনাডুত ৭৩৬০ মেগাৱাট, তেলেংগানাত ৪৭২ মেগাৱাট আৰু উত্তৰ প্ৰদেশত ২৭৪০.৮৭ মেগাৱাট সৌৰশক্তি উৎপাদন হয়।

দেশৰ প্রধান বাজ্যসমূহৰ এই হাৰৰ বিপৰীতে অসমত সৌৰশক্তি উৎপাদনৰ হাৰ যোৱা ৩১ ডিচেম্বৰ পর্যন্ত ১৫৫ মেগাৱাটতে সীমাবদ্ধ থকাটোৱে উন্মোচিত কৰিছে দেশৰ আগশাৰীৰ পাঁচখন বাজ্যৰ ভিতৰত এখন হ’বলৈ আগবঢ়া অসমৰ সাম্প্ৰতিক কালৰ বাস্তৱ প্রতিচ্ছবি।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে নবীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধিব বাবে ‘কফটপ ছ’লাৰ’ আঁচনি গ্রহণ কৰি ব্যক্তিগত আৱাসিক গোটৰ জৰিয়তে সৌৰশক্তি উৎপাদনব বাবে বিগত কে’বাবছৰব পৰাই বৃহৎ অংকৰ ধন ব্যয় কৰি আহিছে। কেন্দ্রীয় চৰকাৰে অহা ২০২৬ৰ ৩১ মার্চলৈকে অতিৰিক্তভাবে ব্যক্তিগত আবাসত চাৰি হেজাৰ মেগাবাট বিদ্যুৎ উৎপাদন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে।

এই পৰিকল্পনাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে দেশজুৰি চলোৱা এক জৰীপত পোহৰলৈ অহা তথ্য মতে, অসমত সৌৰশক্তি উৎপাদনৰ বাবে প্ৰাৰম্ভিক সম্ভাৱনীয়তাব হাৰ হ’ল ১৩,৭৬০ মেগাৱাট। কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়া হাৰত অসম চৰকাৰে বিদ্যুৎ উৎপাদন কৰিলে বহিঃউৎসৰ পৰা অধিক ধন ভৰি প্রতিদিনে বিদ্যুৎ ক্রয় কৰাৰ ধাৰাবাহিকতাৰ অৱসান ঘটাব পূর্ণ সুযোগ আছিল।

পিছে কেন্দ্রীয় চৰকাৰৰ আৱণ্টিত পুঁজিব চূড়ান্ত অপব্যৱহাৰৰ পৰিণতিত ৰাজ্যখনত সৌৰশক্তি উৎপাদন ব্যৱস্থা আজিও নিশকতীয়া হৈ বৈছে। প্রসংগত উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে বিগত ২০২২ -২৩ বিত্তীয় বৰ্ষত দেশৰ প্ৰতিখন ৰাজ্যলৈ সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে দাখিল কৰা প্রকল্প ব্যয় অনুপাতে ধন আৱন্টন কৰিছিল। এই ক্ষেত্ৰতো সুযোগ গ্রহণ কৰাত ব্যর্থতা প্রদর্শন কৰা অসমে।

মাথো ৪.২ কোটি টকাহে কেন্দ্রৰ পৰা সাহায্য লাভ কৰিছে। অথচ একেই আঁচনি ৰূপায়ণৰে কেন্দ্রীয় চৰকাৰক সন্তুষ্ট কৰি দিল্লীৰ পৰা বছৰটোতে বৃহৎ অংকৰ ধন মোকলাই নিবলৈ সক্ষম হৈছে দেশৰ আন কে’বাখনো বিজেপি শাসিত ৰাজ্যই। বিশেষকৈ বিগত বছৰটোত অসমে মাথোঁ ১৪ কোটি টকা লাভৰ বিপৰীতে গুজৰাটে ১১১৪.৬৫ কোটি, হাৰিয়ানাই ১১৮ কোটি, মধ্যপ্রদেশে ১৭০ কোটি, মহাৰাষ্ট্রই ৩০৪ কোটি, ৰাজস্থানে ২৫৮ কোটি টকা, উত্তৰ প্রদেশে ৭৪.৩২ কোটি টকাৰ উপৰি পঞ্জারে ৫৫.৯৩ কোটি, ওড়িছাই ২৬.৭ কোটি, কেৰালাই ৮৯.৭৮ কোটি, কর্ণাটকে ৯০ কোটি, ঝাৰখণ্ডে ৪০ কোটি টকা সৌৰশক্তি উৎপাদনৰ প্রকল্প স্থাপনৰ নামত কেন্দ্ৰৰ পৰা মোকলাই নিবলৈ সক্ষম হৈছে।

বিগত বছৰসমূহত সুযোগৰ সুবিধা লোৱাত ব্যর্থ অসম চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যখনৰ পিছপৰা প্ৰতিচ্ছবি প্রতিফলিত হোৱাৰ পাছতে এতিয়া নবনির্মিত গৃহৰ ছাদত সৌৰ পেনেল স্থাপন বাধ্যতামূলক কৰাৰ নীতি প্ৰৱৰ্তনৰ কৌশলে অসমক সৌৰশক্তি উৎপাদনত কিমান দূৰ আগুৱাই নিয়ে সেইয়া হ’ব লক্ষণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtPower GenerationShown SurprisesSolar Powerunion govt
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d