Team India T20 World Cup Victory Parade: Rohit Sharma and Co land in Mumbai for victory parade and felicitation at Wankhede:বিশ্বজয়ী টীম ইণ্ডিয়াক অভিনন্দন জনাবলৈ মুম্বাইৰ মেৰিন ড্ৰাইভৰ চাৰিওফালে মানুহ আৰু মানুহ

mumbai88

Team India T20 World Cup Victory Parade: Rohit Sharma and Co land in Mumbai for victory parade and felicitation at Wankhede:

➡️বিশ্ব জয় কৰি স্বদেশত উপস্থিত হ’ল টীম ইণ্ডিয়া।

➡️T20 বিশ্বকাপ জয়ক লৈ বৃহৎ বিজয় ৰেলী ৷

➡️দিল্লী বিমানবন্দৰৰ পৰা ৱাংখেড়েলৈ জনসমুদ্ৰ ৷

➡️মুম্বাইত প্ৰতিকুল বতৰকো নেওচি ৱাংখেড়ত সমবেত ক্ৰীড়াপ্ৰমী ৷

➡️বিশ্বজয়ী টীম ইণ্ডিয়াক অভিনন্দন জনাবলৈ মুম্বাইৰ মেৰিন ড্ৰাইভৰ চাৰিওফালে মানুহ আৰু মানুহ ৷

➡️বিশ্ব চেম্পিয়ন দলক চাবলৈ মুম্বাইৰ ৰাজপথৰ দুয়োকাষে ত্ৰিৰংগ উৰুৱাই জনতাৰ অভিবাদন ৷

➡️ৱাংখেড় ষ্টেডিয়ামত এতিয়া উৎসৱমুখৰ পৰিবেশ ৷

➡️ৱাংখেড়ত বিচিচিআই আৰু মুম্বাই প্ৰশাসনে ৰোহিত বাহিনীক জনাব অভিনন্দন ৷

➡️ৱাংখেড়ত বিচিচিআই সচিব জয় শ্বাহৰ হাতত অৰ্পণ কৰিব বিশ্বকাপ ট্ৰফী ৷

Exit mobile version