45 cartons of agarwood seized in raid:ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৪৫ কার্টুন অগৰু

new ban

45 cartons of agarwood seized in raid:

➡️নিউ বঙাইগাঁও ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান ৷

➡️অভিযানত জব্দ ৪৫ কার্টুন অগৰু ৷

➡️গুৱাহাটীৰ পৰা মুম্বাইলৈ সৰবৰাহৰ উদ্দেশ্যৰে অনা হৈছিল অগৰু খিনি ৷

Exit mobile version