One fake gold boat Seize In Azara:আজাৰাৰ গনকপাৰাত এছটিএফৰ জালত নকল সোনৰ নাও সহ তিনি সৰবৰাহকাৰী

fake gold 1

One fake gold boat Seize In Azara:

এছটিএফৰ জালত নকল সোনৰ নাও সহ তিনি সৰবৰাহকাৰী ৷ আজাৰাৰ থানাৰ অন্তৰ্গত যোগীপাৰ ভি আই পিৰ গেলেক্সী গেষ্ট হাউচত শুক্ৰবাৰে এছটিএফৰ এটা দলে বিশেষ খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই ১.৮৩২ ওজনৰ এখন নকল সোনৰ নাও সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,গেলেক্সী গেষ্ট হাউচৰ ২০৭ নং কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰা তিনি সৰবৰাহকাৰী হ’ল ফুলজাৰ হুছেইন ইনামুল আলী আকু নিজামুদ্দিন ৷ ধৃত তিনিওৰে ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সোনাপুৰত ৷ ইতিমধ্যে তিনি সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে এছটিএফে জেৰা চলাইছে।

Exit mobile version