Animals Flee Kaziranga National Park:ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ এলেকা

park 1

Animals Flee Kaziranga National Park:

➡️ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ এলেকা ।

➡️দিশহাৰা বন্যপ্ৰাণীৰ আশ্ৰয় গ্ৰহণ ঘৰৰ চোতাল আৰু চাহ বাগিচাত।

➡️তীব্র খাদ্য সংকটৰ সন্মুখীন বন্যপ্ৰাণীৰ ৷

➡️খাদ্যৰ সন্ধানত গমন কাৰ্বি পাহাৰলৈ ৷

➡️মুঠ ২২৩ টা বনশিবিৰৰ ৫৯টাই বৰ্তমান জলমগ্ন ৷

➡️উদ্ধাৰ হৈছে ৯৪ টাকৈ বন্যপ্রাণী ৷

➡️মৃত্যু ঘটিছে ৯২টাকৈ বন্যপ্ৰাণীৰ ৷

➡️দিনে- নিশাই বন্যপ্ৰাণীৰ সুৰক্ষাত ব্যস্ত বনৰক্ষী ৷

➡️কাজিৰঙাৰ মাজেৰে যোৱা ৰাজপথত যানবাহন চলাচলত কঠোৰ নিয়ম বলবৎ ৷

Exit mobile version