Government has taken strict action against teachers who do not appear in the Shikshasetu App:

ranoj pegu

Government has taken strict action against teachers who do not appear in the Shikshasetu App:

➡️বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে তৎপৰ শিক্ষা বিভাগ ৷

➡️শিক্ষাসেতু এপত উপস্থিতি নথকা শিক্ষকৰ বিৰুদ্ধে পদক্ষেপ ৷

➡️ৰাজ্যৰ ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ চৰকাৰৰ৷

➡️পুনৰ সকীয়নি চৰকাৰৰ ,শিক্ষা এপত উপস্থিতি থকাটো বাধ্যতামূলক ৷

Exit mobile version