Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

    অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Narendra Modi on Budget Session 2025:১০ বছৰত প্রথম কোনো বিদেশী ইন্ধন নাই’ !

বাজেটৰ প্ৰাকমুহূৰ্তত মোডীৰ প্ৰসংগ কোন দিশে ?

publisher by publisher
January 31, 2025
in India, News
Reading Time: 2 mins read
0
Narendra Modi on Budget Session 2025:১০ বছৰত প্রথম কোনো বিদেশী ইন্ধন নাই’ !
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

Narendra Modi on Budget Session 2025:

শুকুৰবাৰৰ পৰা আৰম্ভ হয় তৃতীয় মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম বাজেট অধিৱেশন। বাজেট দাখিলৰ আগদিনা সংসদত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “এইটো ১০ বছৰৰ পাছত প্ৰথম বাজেট অধিবেশন হ’ব, য’ত কোনো বিদেশী ইন্ধন নাই।”

ADVERTISEMENT

তেওঁৰ মন্তব্য , বহিঃৰাজ্যৰ পৰা যেনেকৈয়ে নহওঁক ইন্ধন দিবলৈ চেষ্টা কৰে । আৰু ইয়াত বহি থকা কিছুমান মানুহে সেই ইন্ধনক সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীৰ এই ‘বিদেশী ইন্ধন’ মন্তব্যক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। বহু ৰাজনীতিবিদে অনুমান কৰে যে প্ৰধানমন্ত্ৰীয়ে এনে মন্তব্য কৰি পৰোক্ষভাৱে বিৰোধীক লক্ষ্য কৰি লৈছে।

মোদীয়ে কয় ,”১০ বছৰ ধৰি চাই আছো। ২০১৪ চনৰ পৰা এতিয়ালৈকে যিমানেই বাজেট অধিবেশন অনুষ্ঠিত হৈছে, মাত্ৰ এদিন বা দুদিন আগতে, বিভিন্ন ধৰণে বহিঃৰাজ্যৰ পৰা ইন্ধন যোগান ধৰাৰ চেষ্টা কৰা হৈছে। কিন্তু এইটো প্ৰথমবাৰৰ বাবে দেখিছো যে এনে কোনো কাণ্ড সংঘটিত হোৱা নাই ।”

একে সময়তে, মোডীয়ে কয় যে তেওঁ নিশ্চিত যে এই বছৰৰ বাজেট অধিৱেশনে ২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ গঢ়ি তোলাৰ লক্ষ্যত এক নতুন আত্মবিশ্বাস প্ৰদান কৰিব। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে সকলো বিৰোধীক এই অধিৱেশন সুচাৰুৰূপে আগুৱাই নিয়াৰ বাবে আহ্বান জনাইছে। তেওঁ কয়,”বন্ধুসকল, আশা কৰিছোঁ এই বাজেট অধিৱেশনে এক নতুন আশা, নতুন সংকল্পক লৈ আৰম্ভ হ’ব ।”

উল্লেখ্য যে,মোডীয়ে ইংগিত দিয়ে যে এই বছৰৰ বাজেটে যুৱ আৰু মহিলাসকলৰ ওপৰত গুৰুত্ব দিব। “এয়া মোৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট। মই সম্পূৰ্ণৰূপে ক’ব পাৰোঁ যে যেতিয়া দেশখনে ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া ‘উন্নত ভাৰত’ৰ লক্ষ্যও পূৰণ হ’ব। বিশেষকৈ, মহিলা শক্তি আৰু মহিলা শক্তিৰ বিকাশ আমাৰ মুখ্য লক্ষ্য হ’ব। গুৰুত্বৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থাকিব সংস্কাৰ, পৰিৱৰ্তন । ’’

এই বছৰৰ বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব | ৩১ জানুৱাৰীৰ পৰা (শুক্ৰবাৰে) ১৩ ফেব্ৰুৱাৰীলৈ সংসদৰ প্ৰথমাৰ্ধৰ কাৰ্যক্ৰমণিকা হৈ আৰু ১৪ এপ্ৰিলত শেষ হ’ব। এই বাজেট অধিৱেশনত ১৬খনকৈ বিধেয়ক উত্থাপনৰ সম্ভাৱনা ৷ একেদৰে অধিৱেশনতে ৱাকফ সংশোধনী বিধেয়কো উত্থাপন হোৱাৰ কথা ৷ যোৱাটো বর্ষাকালীন অধিৱেশনত ১২খন বিধেয়ক উত্থাপন হৈছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Budget Session 2025new delhiPm MODI'S sPEECH
publisher

publisher

Related Posts

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক
Assam

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

October 22, 2026
অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ
Assam

অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

October 22, 2026
২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ
Assam

২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d