Moscow airport PM Narendra Modi’s Special Plane Landed:ৰাছিয়াৰ ৰাজধানী মস্কো বিমান বন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বিমান

pm modi 66

Moscow airport PM Narendra Modi’s Special Plane Landed:

➡️ৰাছিয়াৰ ৰাজধানী মস্কো বিমান বন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বিমান ৷

➡️বিমান বন্দৰত উস্ম আদৰণি ৰাছিয়াৰ উপ- প্ৰধানমন্ত্ৰী ডেনিজ মান্টুৰভৰ ৷

➡️প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰ ৰাছিয়ান তিনি সেনাবাহিনীৰ ৷

➡️ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ৰাছিয়াত উপস্থিত হয় পি এম মোদী ৷

➡️মস্কো অভিমুখে পুৱা ১০-৩০ত প্ৰধানমন্ত্ৰীৰ বিমান উৰা মাৰিছিল ৷

➡️আবেলি ৫-১০ ত উপস্থিত হয় মস্কো বিমানবন্দৰত ৷

➡️দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণ ৷

➡️মস্কোত ২২ সংখ্যক ভাৰত- ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ ল’ব ৷

➡️দুদিনীয়া মস্কো ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী-ৰাছিয়ান প্ৰেচিডেণ্ট পুনিনৰ বিশেষ বৈঠক ৷

➡️৯ জুলাইত মস্কোৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী মোদী যাব অষ্ট্ৰিয়ালৈ ৷

Exit mobile version