PM Narendra Modi’s visit to Russia:ৰাছিয়া- ইউক্ৰেইন যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণ

pm modi

PM Narendra Modi’s visit to Russia:

➡️দুদিনীয়া ভ্ৰমণসূচীৰে পুৱাতে মস্কোলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী ৷

➡️মস্কোত ভাৰত- ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ ল’ব ৷

➡️দুদিনীয়া মস্কো ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৷

➡️৯ জুলাইত মস্কোৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী গৰাকী যাব অষ্ট্ৰিয়ালৈ ৷

Exit mobile version