Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

    গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assam Disabled Protection Association:গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সংবাদমেল

প্ৰতিবন্ধীক প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে,বিগত ৫ বছৰত প্ৰতিবন্ধীক দি অহা আঁচনি কৰ্তন কৰিলে:প্ৰতিবন্ধী সুৰক্ষা সংন্থা

publisher by publisher
March 12, 2026
in News
Reading Time: 1 min read
0
Assam Disabled Protection Association:গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সংবাদমেল
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

Assam Disabled Protection Association:

বিগত ৫ বছৰে বিজেপি চৰকাৰখনে প্ৰতিবন্ধীৰ উন্নয়নৰ বাবে কোনো কামেই নকৰিলে৷ বৰঞ্চ প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি পূৰ্ৱে লাভ কৰি থকা সুবিধা সমুহো বৰ্তমানৰ চৰকাৰখনে কৰ্তন কৰিছে ৷ ফলত বহু লোক অনিদ্ৰাই – অনাহাৰে দিন কটাবলগীয়া হৈছে ৷ অন্য কথা‌ বাদেই অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত দীৰ্ঘদিনৰে পৰা কৰি অহা আন্দোলনৰ ফলশ্ৰুতিত ২০১৭চনৰ ৩ ডিচেম্বৰত তেতিয়াৰ উপ-ৰাষ্ট্ৰপতিয়ে দীনদয়াল দিব্যাংগ আঁচনি মুকলি কৰি প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিক ১০০০টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল ৷ আঁচনি খনৰ জৰিয়তে ১৬০২৬২গৰাকী লোকে লাভৱান হৈছিল যদিও বৰ্তমানৰ ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ অহাৰ পাছত ২০২২চনৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে এই মন্তব্য প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ ৷

ADVERTISEMENT

গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সম্পাদক গৰাকীয়ে কয় যে, পূৰ্বৰ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী, মুখ্য সচিব পৰ্যায়ত এনেবোৰ সমস্যা লৈ কেইবাবাৰো আলোচনা হৈছিল যদিও বিগত ৫বছৰে এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিব গৰাকীয়ে এবাৰো আলোচনাত বহিবলৈ সময় উলিয়াব নোৱাৰিলে ৷ জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দিয়া আৰু সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰখনে প্ৰতিবন্ধী সকলক প্ৰতিশ্ৰুতিৰ নামত প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে ৷ কেৱল সেয়াই নহয় প্ৰতিবন্ধীক দিব্যাংগ পেঞ্চনৰ পৰিৱৰ্তে প্ৰদান কৰিম বুলি খোদ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈ ৰাজ্যৰ অধিকাংশ প্ৰতিবন্ধীয়ে অৰুণোদয় আচনিৰ ধনৰাশিও পাবলৈ সক্ষম নহ’ল ৷

মালাকাৰে লগতে কয়, বিগত বছৰত অৰুণোদয় আচঁনিৰ ধনক লৈ বিভাগীয় মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগত কেইবাবাৰো আলোচনা কৰাৰ পাছত শেহতীয়াকৈ বিগত ৩১ডিচেম্বৰত হোৱা আলোচনা মৰ্মে মন্ত্ৰী গৰাকীয়ে এইবাৰ ৰৈ যোৱা প্ৰতিবন্ধী ব্যক্তিসকলক দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিনত হ’ল ৷ ইপিনে ২০১৭ চনলৈ ৰাজ্যৰ ২৩টা বিভাগত বেকলগ হৈ থকা বুলি চৰকাৰে তথ্য প্ৰদান কৰি ৪৪১৯টা পদৰ বিপৰীতে ২০১৮চনত বিজ্ঞাপন প্ৰকাশ কৰি মাত্ৰ ৮৬৩টা পদত নিযুক্তিৰ ব্যৱস্থা কৰি বাকী ৩৫৫৬টা পদৰ নিযুক্তিৰ ক্ষেত্ৰত আজিলৈকে ব্যৱস্থা নকৰিলে ৷ আনকি ২০১৯ চনত গুৱাহাটীত স্থাপন হোৱা অসমৰ একমাত্র দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন সম্পূৰ্ণ চৰকাৰীকৰণৰ ক্ষেত্ৰতো কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে ৷ দুর্বল প্রতিবন্ধী লোকক ৫ শতাংশ আৱাসগৃহ, ২০১৮ চনতে চৰকাৰে লিখিত প্রতিশ্রুতি দিয়া অনুসৰি গুৱাহাটীৰ মাজমজিয়াত জিৰণী গৃহৰ কামো আজিলৈ আৰম্ভ নকৰিলে ৷

প্ৰতিবন্ধীক ইমান প্ৰতাৰণা কৰাৰ পাছত কিহৰ যুক্তিত বিজেপিয়ে সকলো স্তৰৰ লোকৰ উন্নয়নৰ কাম কৰা বুলি দম্ভালি মাৰে সেয়া হাস্যকৰ ৷ সংবাদমেলত আগন্তুক অসম বিধান সভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত প্রতিবন্ধী আইন ২০১৬ৰ ২৪ নং দফা অনুসৰি প্ৰতিগৰাকী প্রতিবন্ধী ব্যক্তিলৈ তিনি হাজাৰ টকাকৈ মাহিলী দিব্যাংগ পেঞ্চন, পূৰ্বৰ বেকলগ হৈ থকা ৩৫৫৬টা পদ পুৰনৰ ব্যৱস্থা, চৰকাৰী- বেচৰকাৰী সকলো চিকিৎসালয়ত চিকিৎসা সেৱা আৰু যাতায়াত ব্যৱস্থা বিনামূলীয়া কৰা, প্ৰতিগৰাকী প্রতিবন্ধী ব্যক্তিকে বিনামূলীয়া গৃহ দিয়াৰ ব্যৱস্থা, দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰণ আৰু বিশেষ বিদ্যালয়সমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ লগতে অনান্য সমস্যা সমাধানৰ কথা উল্লেখ কৰিব লাগিব তেওঁ কয় ৷ অন্যথা ৰাজ্যখনত থকা প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলকে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিয়ে ৷

আজিৰ সংবাদমেলত ছাহজাহান আলী, বিশাল বৈশ্য, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক নিপুল কলিতা, সদৌ বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ শান্তিৰাম ডেকা, সঞ্জীৱ দৈমাৰী, ৰাজীৱ টিগ্গা, মধ্য অসম প্ৰতিবন্ধী সন্হাৰ পাপু কুমাৰ গুপ্তা, আনন্দ কলিতা আদি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Disabled Protection AssociationGuwahatiPressmeet
publisher

publisher

Related Posts

Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা
Assam

October 27, 2026
গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন
Assam

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী
Assam

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

October 26, 2026
Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ
Crime

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

October 26, 2026
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d