Bongaigaon Injured Dragon Rescued : বঙাইগাঁও জিলাৰ চৌটাকী গোমাঠত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ

bangaigon

Bongaigaon Injured Dragon Rescued :

মঙ্গলবাৰে বঙাইগাঁও জিলাৰ চৌটাকী গোমাঠত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ । গছ ভাগি গছৰ চেপাঁত বহুদিন আৱদ্ধ হৈ থকাৰ সন্দেহ ৰাইজৰ ৷

অজগৰডাল দেখি একাংশ যুৱকে প্ৰকৃতিপ্ৰেমী যুৱক বিক্ৰম ৰঞ্জন ৰয়ক খবৰ দিয়ে , যাৰ পিছত  লগে লগে ৰয়ে বনবিভাগক খবৰ দিয়াত বনবিভাগৰ লোকে আহি উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত অজগৰডালক ৷ অজগৰডালৰ দৈৰ্ঘ প্ৰায় ৯ ফুটমান হ’ব ৷ এমাহৰো অধিকদিন এইদৰে গছৰ চেপাঁত আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ।

Exit mobile version