Kherani Thundar Incident: পশ্চিম কাৰ্বি আংলঙৰ জেংখাত অঘটন

বজ্ৰপাতত  নিহত এগৰাকী মহিলা

kherani999

Kherani Thundar Incident:

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত অঘটন | বজ্ৰপাতত থিতাতে নিহত ৰঙিয়া বস্তিৰ এগৰাকী মহিলা। নিহত মহিলা গৰাকীৰ নাম ইন্দ্ৰাৱতী দেৱী (৩৫)। ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত পশুধনৰ বাবে ঘাঁ কাটি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। বজ্ৰপাতত কাপোৰ, শৰীৰৰ বিভিন্ন অংশ অগ্নিদগ্ধ হয় মহিলাগৰাকীৰ। এই ঘটনাই শোকৰ ছাঁ পেলাই সমগ্ৰ জেংখাত ৷

Exit mobile version