Gokul Barman Resigns as CEM of Komtapur Autonomous Council:কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ চিইএম পদৰ পৰা পদত্যাগ গকুল বৰ্মনৰ

gakul barman

Gokul Barman Resigns as CEM of Komtapur Autonomous Council:

➡️আনুষ্ঠানিকভাবে পদত্যাগ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনৰ।

➡️মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতেই এই সিদ্ধান্ত লয় চিইএম গৰাকীয়ে ৷

➡️জনতা ভৱনত কেবিনেট মন্ত্ৰীদ্বয় পীযূষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত হোৱা বৈঠকৰ অন্তত পদত্যাগ ৷

➡️বৰ্মন বহু বিতৰ্কিত কাণ্ডত জড়িত থকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

➡️কোঁচ- ৰাজবংশীৰ জাতীয় সংগঠন সমূহে বৰ্মনৰ পদত্যাগৰ দাবী জনাই আহিছিল ৷

Exit mobile version