Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। পুৱা-গধূলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ। নীলা ৰং ব্যৱহাৰ কৰিব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃষ: কর্মক্ষেত্রত নানা সমস্যাসূচিত হোৱাৰ সম্ভাৱনা। যাত্ৰা কৰোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ হ’ব। প্ৰেমত শুভ। শুভ ৰং ক’লা, শুভ সংখ্যা ১।

মিথুন: আয় অনুপাতে ব্যয় বৃদ্ধি পাব। কর্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্ৰা কৰিব। বিদ্যাত শুভ হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।

কর্কট: ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে। যাত্রা দুপৰীয়া ১২ বজাৰ পাছত কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫।

সিংহ: কর্মক্ষেত্রত শুভ ফল পাব। পাতল হালধীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। প্রেমত বাধা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

কন্যা: সমাজত হেয় হ’ব পাৰে। আনৰ প্ৰতি হিংসা দ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ৭।

তুলা: অর্থপ্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব। যাত্ৰা কৰিব পাৰে। – শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ১।

বৃশ্চিক: পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব পাৰে। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত হ’ব। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

ধনুঃ শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব যাত্ৰাৰ বাবে শুভ দিন। প্ৰেমত সফলতা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

মকৰ : ব্যৱসায়-বাণিজ্য মধ্যম গতিত চলিব। যাত্রা পুৱা ১০ বজাৰ পাছত কৰিব। ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্রেমত সন্দেহ ভাব। শুভ ৰং ক’লা, শুভ সংখ্যা ৬।

কুম্ভ: ধনাগমন বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিয় আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৩।

মীন: অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে, চাই চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

Exit mobile version