3 Lakh Palestinians Leave Gaza:
ইজৰাইলী সেনাৰ নিৰ্দেশত গাজা চহৰৰ পৰা পলায়ন আৰম্ভ কৰিলে তিনি লাখবো অধিক পেলেষ্টাইনী নাগৰিকে। উত্থাপিত অভিযোগ অনুসৰি যুদ্ধবিধ্বস্ত চহৰৰ বাসিন্দাই যেতিয়া একবস্ত্র হৈ নিজৰ ঘৰ-মাটি এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে, সেই সময়ত তেওঁলোকক নির্বিচাৰে গুলিবর্ষণ কৰিছে ইজৰাইলী সেনাই।
ADVERTISEMENT