Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Isreal-Palestine Conflict :গাজাত অহৰহ বোমাবর্ষণ অব্যাহত ইজৰাইলৰ

শৰণাৰ্থী শিবিৰতো বোমাবৰ্ষণ, যুক্তৰাষ্ট্ৰ,ইংলেণ্ড,ফান্স সহ পশ্চিমীয়া বিশ্ব ইজৰাইলৰ পক্ষত, বিপৰীতে ইৰান-লেবানন পেলেষ্টাইনৰ পক্ষত

publisher by publisher
October 25, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Isreal-Palestine Conflict :গাজাত অহৰহ বোমাবর্ষণ অব্যাহত ইজৰাইলৰ
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

Isreal-Palestine Conflict :

ADVERTISEMENT

হামাছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে ৷ এনে ঘটনাক্ৰমৰ মাজতে মাত্র ২৪ ঘণ্টাৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত ১৭০ টি শিশুৱে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে গাজাস্থ স্বাস্থ্য মন্ত্রণালয়ে।

আনহাতে ,পেলেষ্টাইনী সংবাদ মাধ্যমত প্রকাশ যে জাবালিয়া আশ্রয় শিবিৰৰ সন্মুখৰ আলছহাদা অঞ্চলৰ এটি বাসগৃহৰ ওপৰত ইজৰাইলৰ বোমা বিস্ফোৰিত হয়। ফলত ঘৰটো ধূলিত পৰিণত হয়।

এই ঘটনাত এই পর্যন্ত মৃতকৰ সংখ্যা কমেও ৪০ জন। গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ দাবী অনুসৰি যোৱা সাত অক্টোবৰৰ পৰা ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত গাজাত কমেও ৪,৬০০ জনৰ প্ৰাণহানী হৈছে।

ইপিনে, হামাছৰ আক্ৰমণত ইজৰাইলৰ এহেজাৰৰ অধিক লোকৰ মৃত্যু হৈছে ৷ ইজৰাইল- হামাছৰ এই যুঁজত শেহতীয়াকৈ এন্টি হৈছে ইৰান আৰু লেবালনৰ ৷

দুয়োখন পশ্চিম এছিয়াৰ দেশে হামাছৰ পক্ষত অৱস্থান কৰি পোনপটীয়াকৈ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিছে। আনহাতে ইছলামিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সশস্ত্র বাহিনী হিজবুল্লাই ইজৰাইলত আক্ৰমণ কৰা বুলি ইজৰাইলৰ সেনাই দাবী কৰে। ইৰানেও প্রত্যাক্রমণত হুংকাৰ দিছে।

ইজৰাইলৰ সেনাই জনোৱা মতে, সোমবাৰে পুৱা লেবাননত হিজবুল্লাৰ দুটা ঘাটি ধ্বংস কৰিবলৈ সক্ষম হৈছে। এই ঘাটি দুটাৰ পৰা ইজৰাইলৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা ৰচা হৈছিল বুলিও ইজৰাইলৰ সেনাই দাবী কৰে।

# ইজৰাইলৰ কাষত পশ্চিমীয়া বিশ্ব

অমেৰিকা,ইংলেণ্ড,ফান্স সহ পশ্চিমীয়া বিশ্ব ইজৰাইলৰ ওচৰত থিয় দিছে। ভাৰতেও বেঞ্জামিন নেতানিয়াহুৰ সমৰ্থন কৰিছে । অৱশ্যে ইৰানৰ হস্তক্ষেপত যুদ্ধক কেন্দ্ৰ কৰি পশ্চিম এছিয়াত বৃহত্তৰ ভূ- ৰাজনৈতিক সংঘাত ঘনীভূত হ’ব পাৰে বুলি আশংকা প্ৰকাশিত হৈছে ।

#গাজাৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণ

যুদ্ধবিধ্বস্ত গাজাস্থ শৰণাৰ্থী শিবিৰত পুনৰ নিৰ্বিচাৰ বোমাবর্ষণৰ অভিযোগ উত্থাপন হৈছে ইজৰাইলৰ বায়ুসেনাৰ বিৰুদ্ধে । সোমবাৰে দিনৰ ভাগত দক্ষিণ গাজাৰ খান ইউছুফ অঞ্চলত জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলী আক্ৰমণত নাৰী-শিশুসহ কমেও ৫০ জন পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হয়।

খান ইউছুফ অঞ্চলতে সীমান্ত অতিক্ৰম কৰি ইজৰাইলী সেনাই দক্ষিণ গাজা ভূখণ্ডত অনুপ্ৰৱেশ কৰিছে। হামাছ যুদ্ধৰ স’তে ইজৰাইলী সেনাৰ মুখামুখি যুদ্ধ আৰম্ভ হোৱা বুলি স্থানীয় একাংশ সংবাদ মাধ্যমত প্রকাশ। যোৱা সাত অক্টোবৰত গাজা সীমান্তত হামাছৰ আক্ৰমণৰ পাছত ইয়াকে লৈ তৃতীয়বাৰ ইজৰাইলী বাহিনীৰ আক্ৰমণৰ স্বীকাৰ হ’ল জাবালিয়া শৰণাৰ্থী শিবিৰ।

সোমবাৰে নিশা পর্যন্ত ৩৭ জনৰ দেহ উদ্ধাৰ কৰা বুলি প্ৰকাশ পাইছে। ধ্বংসস্তূপত এতিয়াও বহুজন আবদ্ধ হৈ থকা বুলি আশংকা প্রকাশিত হৈছে। যোৱা সাত অক্টোবৰৰ পৰা আৰম্ভ হোৱা যুদ্ধত ইজৰাইলী আক্ৰমণত ২০ লক্ষাধিক পেলেষ্টাইনীৰ বাসভূমি গাজাৰ প্ৰায় ১০ লক্ষাধিক মানুহ গৃহহাৰা হৈছে।

তেওঁলোকৰ পানী, বিদ্যুৎ সৰবৰাহ বন্ধ কৰিছে ইজৰাইলে। এই পৰিস্থিতিত বহু গৃহহীন লোক জাবালিয়াসহ ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত বিভিন্ন শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IranIsreal-Palestine ConflictLebanonuno
publisher

publisher

Related Posts

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d