Technology firm Intuit will lay off 1,800 Employees:এআইৰ প্ৰভাৱ : ১৮০০ কৰ্মচাৰীক চাটাই কৰিব প্রযুক্তি প্রতিষ্ঠান ইনটিউটে

infuit usa

Technology firm Intuit will lay off 1,800 Employees:

কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ ব্যাপক ব্যৱহাৰৰ ফলত বিশ্বজুৰি তথ্য প্রযুক্তি (আইটি) কোম্পানীসমূহত নিয়োজিত মানৱ কৰ্মীৰ সংখ্যা ক্রমে হ্রাস পাব ধৰিছে।

ADVERTISEMENT

এইবাৰ আমেৰিকাৰ আগশাৰীৰ আইটি কোম্পানী ইনটিউটে ১৮০০ কৰ্মচাৰীক চাটাই কৰাৰ সিদ্ধান্ত ল’লে। প্রকাশিত বাতৰি অনুসৰি ইঞ্জিনিয়াৰিং, ছেলছ, প্রডাক্ট আৰু মার্কেটিং বিভাগত নিয়োজিত ১৮০০ কর্মচাৰীক অব্যাহতি দিব। মানৱ কৰ্মীৰ পৰিৱৰ্তে এইসমূহ কামৰ বাবে ইনটিউটে নিয়োগ কৰিব এআই কর্মীক।

Exit mobile version