Tinsukia:তিনিচুকীয়াৰ পেঙেৰীত ব্যৱসায়ীক NSCNৰ ধন দাবী

nscn linkmen
Tinsukia:

➡️তিনিচুকীয়াৰ পেঙেৰীত ব্যৱসায়ীক NSCNৰ ধন দাবী ৷

➡️দিপ্তী গগৈ নামৰ ব্যৱসায়ী গৰাকীক দহ লাখ টকা দাবী নগা উগ্ৰপন্থী সংগঠনৰ ৷

➡️দাবীকৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত NSCNৰ তিনি যোগসূত্ৰকাৰী ৷

➡️পুৱতি নিশা মাৰ্ঘেৰিটা,জাগুন আৰু অৰুণাচলত অভিযান চলাই আটক কৰিছে তিনিজন যোগসূত্ৰকাৰীক ৷

➡️আটকাধীন যোগসূত্ৰকাৰী কেইগৰাকী হল অংকুৰ গগৈ,অবিনাশ ঘোষ আৰু লুপান চিংফৌ ৷

➡️অৰুণাচলৰ যুৱতি লুপান চিংফৌক ধন সংগ্ৰহৰ কৰ্তৃত্ব প্ৰদান কৰিছিল NSCNয়ে ৷

➡️পেঙেৰী আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে অৰুণাচলৰ যুৱতী গৰাকীয়ে ৷

➡️অধিক তথ্যৰ বাবে তিনিওকে জেৰা অব্যাহত ৰাখিছে পেঙেৰী আৰক্ষীয়ে ৷

Exit mobile version