Oil Tanker Crashes into Oman Sea:ওমানৰ সমুদ্ৰত ওলটি পৰিল টেংকাৰ

সন্ধানহীন ১৩ ভাৰতীয়

oman

Oil Tanker Crashes into Oman Sea:

মাজ সমুদ্রত তেলৰ টেংকাৰ ওলটি পৰাত কমেও ১৬ জন লোক সন্ধানহীন হ’ল। ওমানৰ সমুদ্ৰত সংঘটিত এই ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ ১৩ জন ভাৰতীয়। আন তিনিজন বাসিন্দা শ্রীলংকাৰ। ওমানৰ ডুকমৰ ওমানি বন্দৰৰ সমীপত ৰাছ মাডাৰাকাৰ পৰা ২৫ সামুদ্রিক মাইল দূৰত্বত দক্ষিণ পূবত এই দুর্ঘটনা সংঘটিত। তেল ভর্তি উক্ত জাহাজে য়েমেনৰ বন্দৰৰ দিশত যাত্ৰা কৰাৰ সময়তে দুর্ঘটনাত মাজ সমুদ্ৰত ওলটি পৰিল।

Exit mobile version