Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Friendship between AJP And Citizen Action Party Of Sikkim:চিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ সৈতে অসম জাতীয় পৰিষদৰ বন্ধুত্বৰ হাত

খিলঞ্জীয়াৰ স্বাৰ্থত একেলগে কাম কৰিব অজাপ-চিটিজেন একচন পাৰ্টীয়ে,অচিৰেই গঠন হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহৰ ঐক্য মঞ্চ, গুৱাহাটীত অনুষ্ঠিত বৈঠকত সংকল্প ঘোষণা দুই ৰাজ্যৰ দুটা ৰাজনৈতিক দলৰ

publisher by publisher
July 18, 2024
in Uncategorized
Reading Time: 2 mins read
0
Friendship between AJP And Citizen Action Party Of Sikkim:চিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ সৈতে অসম জাতীয় পৰিষদৰ বন্ধুত্বৰ হাত
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Friendship between AJP And Citizen Action Party Of Sikkim:

চিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অৱ চিকিম‘ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্প লৈছে অসম জাতীয় পৰিষদে ৷ আজি গুৱাহাটীত দল দুটাৰ নেতৃবৰ্গৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ দুয়োটা দলে ভৱিষ্যতলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সমভাৱাপন্ন  ৰাজনৈতিক দলসমূহক লৈ এটি উমৈহতীয় মঞ্চ গঠনৰো অঙ্গীকাৰ ব্যক্ত কৰে ৷ এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিক এটি আঞ্চলিক মৰ্চা গঠনৰ হকে দলটোৱে আৰম্ভণিৰে পৰা প্ৰচেষ্টা চলাই আছে ৷

ADVERTISEMENT

ইতিপূৰ্বে দলটোৱে মেঘালয়, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ একাধিক আঞ্চলিক দলৰ সৈতে সংযোগ স্থাপন কৰিছ ৷ নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ আঞ্চলিক দলৰ সৈতেও কথা-বতৰা চলি আছে ৷ এই প্ৰচেষ্টা সফল হ’লে অচিৰেই উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক এক উমৈহতীয়া আঞ্চলিক ৰাজনৈতিক মঞ্চৰ জন্ম হ’ব ৷

চিকিমৰ ৰাজনৈতিক দলটোৰ সৈতে আজিৰ বৈঠক অনুষ্ঠিত হয় গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেণ্ডৱে’ৰত ৷ অসম জাতীয় পৰিষদৰ হৈ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্য্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, দুই মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য, উপ -সভাপতিদ্বয় চন্দ্ৰকান্ত দাস আৰু অঞ্জন উপাধ্যায়, তিনি সম্পাদক বাণী দাস, জিয়াউৰ ৰহমান আৰু চিত্ত ৰঞ্জন বসুমতাৰী আৰু সাংগঠনিক সম্পাদক অজয় তাঁতীয়ে অংশগ্ৰহণ কৰে ৷

আনহাতে চিটিজেন একচন পাৰ্টী অৱ চিকিমৰ হৈ দলটোৰ মুখ্য সমন্বয়ক গণেশ কে ৰাই, কাৰ্যকৰী সভাপতিত্ৰয় লাকপা শ্বেৰ্পা, এম বি লিম্বু আৰু প্ৰশান্ত বাবু চেত্ৰী, মুকপাত্ৰদ্বয় টি আৰ নেপাল আৰু এলবাৰ্ট গুৰুং তথা দলটোৰ ছাত্ৰ গোটৰ সভাপতি প্ৰকাশ প্ৰাজুলি উপস্থিত থাকে ৷

প্ৰায় এঘন্টাজোৰা আলোচনাৰ পাছত দল দুটাই পাঁচ দফীয়া এখনি যুগ্ম ঘোষণাপত্ৰ জাৰি কৰে ৷ লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু চিটিজেন একচন পাৰ্টীৰ কাৰ্য্যকৰী সভাপতি লাকপা শ্বেৰপাক দল দুটাৰ মাজৰ সমন্বয়ক নিযুক্ত কৰা হয় ৷ সমন্বয়ক দুগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজনৈতিক দলসমূহৰ সৈতে প্ৰস্তাৱিত ঐক্য মঞ্চ গঠনৰ বিষয়েও কথা পাতিব ৷

যুগ্ম ঘোষণাপত্ৰত উল্লেখ কৰা হয় যে দল দুটাই দুয়োখন ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সামাজিক, ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰা তথা সংবৰ্দ্ধনৰ দিশত একেলগে কাম কৰিব ৷ তদুপৰি দুয়োখন ৰাজ্যৰ  স্থানীয় অধিবাসীসকলৰ ৰাজনৈতিক অধিকাৰ তথা স্বাৰ্থ সুৰক্ষিত কৰা, ভূমি আৰু বনজ সম্পদৰ সুৰক্ষা, বহনক্ষম উন্নয়ন আৰু পৰিবেশ সুৰক্ষা, আৰ্থ-সামাজিক বিকাশ, সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষণাবেক্ষন আৰু সংবৰ্দ্ধন আদি দিশত ঐক্যবদ্ধভাৱে কাম কৰিব ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বৈঠকত কয় যে ভাৰতৰ সংবিধানে দেশখনক ‘ইউনিয়ন অৱ ষ্টেটছ’ অৰ্থাৎ ৰাজ্যসমূহৰ সংঘ বুলি কৈ কাৰ্য্যতঃ ৰাজ্যসমূহৰ অস্তিত্ব, সংস্কৃতি আৰু স্বশাসনক স্বীকৃতি দিয়াৰ লগতে ৰাজ্য ভিত্তিক আঞ্চলিক ৰাজনীতিক উৎসাহিত কৰিছে ৷ সেয়েহে আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব আমাৰ দেশত অপৰিসীম ৷ এনে প্ৰেক্ষাপটত, দেশৰ সকলো ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত পাৰস্পৰিক সমন্বয়-সহযোগিতা থকাটো ৰাষ্ট্ৰ-স্বাৰ্থত অতিশয় জৰুৰী ৷

সেই কাৰণে জাতীয় পৰিষদে ইতিপূৰ্বে উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টী, মহাৰাষ্ট্ৰৰ শিৱ সেনা (উদ্ধৱ), তেলেংগানা-অন্ধ্ৰ প্ৰদেশৰ বি আৰ এছ, পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ আদি ৰাজনৈতিক দলৰ সৈতে সমন্বয় স্থাপন কৰিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ কেইবাটাও ৰাজনৈতিক দলৰ সৈতেও ইতিমধ্যে সমন্বয় স্থাপন কৰিছে জাতীয় পৰিষদে ৷ তাৰ ভিত্তিতে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ এটি ঐক্য মঞ্চ গঠনৰ হকে দলটোৱে প্ৰয়াস চলাই আছে ৷

আজিৰ বৈঠকখনক দুয়োটা দলে অসম আৰু চিকিমৰ জনমুখী কল্যাণৰ ক্ষেত্ৰত এক ঐতিহাসিক বৈঠক বুলি মত প্ৰকাশ কৰে ৷ এই প্ৰচেষ্টা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পাৰস্পৰিক সমন্বয়, সহযোগিতা আৰু সম্প্ৰীতিৰ দিশত এক যোগাত্মক পদক্ষেপ বুলি দুয়োটা দলে যুগ্ম ঘোষণাপত্ৰত মত প্ৰকাশ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AJP And Citizen Action Party Of SikkimFriendship betweenGuwahati
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d