Woman Mauled By Leopord In Guwahati :মহানগৰীৰ কালাপাহাৰত ভয়ংকৰ ঘটনা

নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা

leopord attack

Woman Mauled By Leopord In Guwahati :

মহানগৰীত ক্ৰমাৎ বনাঞ্চল সংকুচিত হৈ অহাৰ লগে লগে খাদ্য সন্ধানত বনৰজাৰ প্ৰৱেশ ঘটিছে জনাঞ্চলত ৷ মহানগৰীৰ পাহাৰীয়া অঞ্চলৰ য’তে ত’তে এতিয়া বাঘৰ পাইচাৰি ৷ শুক্ৰবাৰে নিশা মহানগৰীৰ কালাপাহাৰত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা ৷ আহত মহিলা গৰাকী ফটাশিল আমবাৰীৰ দীপালী দাস | নিশাই সংকটজনক অৱস্থাত মহিলাগৰাকীক ভৰ্তি কৰা হয় জিএমচিএইছত ৷ আনহাতে নাহৰফুটুকীৰ আতংকত সন্ত্ৰস্ত হৈ পৰিছে কালাপাহাৰবাসী ৰাইজ।

Exit mobile version