Police seized Foreign Cigarettes worth Rs 10 lakh in Bokajan: বোকাজানত আৰক্ষীৰ অভিযানত জব্দ দহ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট

bokajan 1

Police seized Foreign Cigarettes worth Rs 10 lakh in Bokajan:

বোকাজানত জব্দ বিদেশী কে’বা কাৰ্টুন বিদেশী চিগাৰেট ৷ বিশেষ খবৰৰ ভিত্তিত ডিলাইত এখন ট্ৰাকত তালাচী চলাই প্ৰায় দহ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনক ৷ উল্লেখ্যে যে ট্ৰাক খন আহিছিল মণিপুৰৰ পৰা ৷ আৰক্ষীয়ে ট্ৰাক খনো জব্দ কৰিছে ।

Exit mobile version