Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ED:অবৈধ বিত্তীয় লেনদেনৰ গোচৰত ১০ বছৰত ৮৬ গুণ বৃদ্ধি ইডিৰ তালাচী

বিজেপিৰ শাসনত সর্বাধিক সক্রিয় হ'ল কেন্দ্ৰীয় বিত্তীয় তদন্তকাৰী সংস্থা

publisher by publisher
April 19, 2024
in India, News
Reading Time: 2 mins read
0
ED:অবৈধ বিত্তীয় লেনদেনৰ গোচৰত ১০ বছৰত ৮৬ গুণ বৃদ্ধি ইডিৰ তালাচী
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

 ED Raid in Moran :মৰাণ নগৰত ED-ৰ অভিযান

বিহাৰত কনিষ্টবল নিয়োগ আৰু নিট কেলেংকাৰীৰ তদন্ত, দেশজুৰী আৰম্ভ ইডিৰ তালাচী 

ED against illegal coke industry Meghalaya :ধৰ্মু-সুনীল বাঞ্চাল বাহিনীৰ নেতৃত্বত অবৈধ বেহাৰে শ শ কোটিৰ লুণ্ঠন

ED:

অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত প্রবর্তক সঞ্চালকালয় (ইডি)ৰ তালাচী অভিযানৰ ঘটনা ২০১৪ৰ পূৰ্বৰ ন বছৰৰ তুলনাত বিগত ১০ বছৰত ৮৬ গুণ বৃদ্ধি পালে। এই একে সময়ছোৱাত তুলনামূলকভাবে কেন্দ্রীয় বিত্তীয় তদন্তকাৰী সংস্থাটোৰ দ্বাৰা গ্ৰেপ্তাৰ আৰু সম্পত্তিৰ বাজেয়াপ্তৰ ঘটনাও প্রায় ২৫ শতাংশ বৃদ্ধি পালে। পৰিসংখ্যা অনুসৰি জুলাইব ২০০৫ৰ পৰা মার্চ ২০১৪লৈকে ন বছৰৰ সময়ছোৱাৰ তুলনাত এপ্ৰিলৰ ২০১৪ৰ পৰা মার্চ ২০২৪ৰ সময়ছোৱাত দেশত ইডিৰ সক্রিয়তা সর্বাধিক হ’ল।

ADVERTISEMENT

ইডিয়ে পিএমএলএৰ বিভিন্ন ধাৰাৰ অধীনত তদন্ত চলাই আহিছে। ভাৰতত ২০০২ বৰ্ষত পিএমএলএ প্রতিষ্ঠা কৰা হৈছিল। ইয়াৰ জৰিয়তে ধন আত্মসাৎ, ক’লা ধন, অবৈধ বিত্তীয় লেনদেনৰ দৰে গুৰুতৰ বিত্তীয় অপৰাধৰ তদন্তৰ দায়িত্ব ইডিয়ে লাভ কৰিছিল। অৱশ্যে বিৰোধী দলে বিগত ১০ বছৰে অভিযোগ কৰি আহিছে যে কেন্দ্রৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দৰাচলতে বিৰোধী দলক দমন কৰিবলৈ ইডিক ব্যৱহাৰ কৰি আহিছে। ইফালে কেন্দ্ৰৰ চৰকাৰে দাবী কৰা অনুসৰি, ইডি হৈছে সম্পূর্ণ স্বতন্ত্র সংস্থা আৰু ইয়াক চৰকাৰে নিয়ন্ত্রণ নকৰে।

পৰিসংখ্যা অনুসৰি বিগত ১০ বছৰৰ পিএমএলএৰ অধীনত ৫১৫৫ টা গোচৰ ৰুজু কৰা হৈছিল। আনহাতে, ইউপিএৰ কার্যকালত এই ধৰণৰ গোচৰ ১৭৯৭ টা ৰুজু হৈছিল। এই পৰিসংখ্যাৰ তুলনা কৰিলে স্পষ্ট হয় যে ইডিৰ গোচৰৰ সংখ্যা বিগত ১০ বছৰৰ প্ৰায় তিনি গুণ বৃদ্ধি পালে। ২০১৪ৰ পাছৰ পৰা বর্তমানলৈকে ইডিয়ে এই আইনৰ অধীনত ৬৩ জন লোকক শাস্তি বিহিলে। ২০১৪-২৪ ব সময়ছোৱাত দেশজুৰি ইডিয়ে অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত ৭২৬৪ টা তালাচী অভিযান চলাইছিল।

আনহাতে ২০১৪ৰ পূৰ্বৰ ন মাহত ইডিয়ে এনে অভিযান মাত্র ৮৪ টা সম্পন্ন কৰিছিল। তালাচী অভিযানৰ ক্ষেত্ৰত বিগত ১০ বছৰৰ ৮৬ গুণ বৃদ্ধি পালে। বিগত ১০ বছৰত ইডিয়ে মুঠ ৭৫৫ জন লোকক গ্রেপ্তাৰ কৰিলে আৰু ১.২১,৬১৮ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে। আনহাতে ২০১৪ৰ পূৰ্বৰ ন বছৰত ইডিয়ে ২১ জনক গ্রেপ্তাৰ আৰু ৫.০৮৬.৪৩ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল। বিগত ১০ বছৰত ইডিয়ে কৰা গ্রেপ্তাৰ ২৬ গুণ বৃদ্ধি আৰু সম্পত্তি জব্দৰ ঘটনা ২৪ গুণ বৃদ্ধি পালে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ed Raidhighest Case File
publisher

publisher

Related Posts

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d