Four Regional Parties of the Opposition Unity Forum held a Meeting at Hotel Lily:মহানগৰীৰ হোটেল লিলিত মিলিত বিৰোধী ঐক্য মঞ্চৰ চাৰি আঞ্চলিক দলৰ

গঠন হ'ল অসম ৰিজনেল ফন্ট

regional party

Four Regional Parties of the Opposition Unity Forum held a Meeting at Hotel Lily:

➡️মহানগৰীৰ হোটেল লিলিত মিলিত বিৰোধী ঐক্য মঞ্চৰ চাৰি আঞ্চলিক দলৰ ৷

➡️অজাপ,ৰাইজৰ দল, জাতীয় দল আৰু এপিএইছএলচিৰ নেতৃবৰ্গৰ বৈঠক ৷

➡️বৈঠকত অংশ লয় সাংসদ অজিত কুমাৰ ভূঞা,লুৰিণ জ্যোতি গগৈ,জন ইংতি কাথাৰ, ভাস্কো ডি শইকীয়াৰ ৷

➡️বৈঠকত গঠন হ’ল ‘অসম ৰিজনেল ফন্ট (Assam Regional Front) ৷

➡️ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচন সন্দৰ্ভত আলোচনা আঞ্চলিক দল কেইটাৰ ৷

Exit mobile version