Kashmir’s tourism record again after the lifting of Article 370:৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত পৰ্যটনত পুনৰ অভিলেখ কাশ্মীৰৰ

kashmir

Kashmir’s tourism record again after the lifting of Article 370:

এসময়ত হিংসা আৰু সন্ত্ৰাসৰ বাবে বিশ্বজুৰি চর্চিত হোৱা জম্মু-কাশ্মীৰে আকৌ এবাৰ বিশ্ব পর্যটনত সুখ্যাতি অর্জন কৰিলে। কাশ্মীৰৰ পৰ্যটনে পুনৰ পৰ্যটকক আকৰ্ষিত কৰাত অভিলেখ ৰচিলে। এয়া সম্ভৱ হ’ল ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ ফলত।

জম্মু- কাশ্মীৰ সম্প্ৰতি এক পৰিৱৰ্তনৰ সাক্ষী হৈছে। পৰিসংখ্যা অনুসৰি, ২০২৪ৰ জুলাইলৈকে জম্মু-কাশ্মীৰত মুঠ ৬৯০৯ ঔদ্যোগিক বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হ’ল। তদুপৰি নতুন ঔদ্যোগিক পৰিসৰ স্থাপনৰ বাবে ৰাজ্যখনে লাভ কৰিলে ৩০৪.৫১ কোটি টকা।

Exit mobile version