Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

SC Holds Abrogation On Article 370::৩৭০ নং অনুচ্ছেদৰ বাতিলকৰণ বৈধ ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ

কেন্দ্ৰৰ সিদ্ধান্তক সাংবিধানিক আখ্যা পাঁচজনীয়া বিচাৰপীঠৰ, লাডাখক কেন্দ্রীয়শাসিত অঞ্চল হিচাপে বাহাল ৰখাৰ ৰায়, 'জম্মু-কাশ্মীৰৰ সংবিধান ভাৰতৰ সংবিধানৰ অধীন, ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব

publisher by publisher
December 11, 2023
in India, News
Reading Time: 2 mins read
0
SC Holds Abrogation On Article 370::৩৭০ নং অনুচ্ছেদৰ বাতিলকৰণ বৈধ ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

J&k Road Accident:জম্মু-কাশ্মীৰৰ উদমপুৰত দ- খাৱৈত বাগৰিল যাত্রীবাহী বাছ

Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

Pakistan violates ceasefire::কাশ্মীৰ সীমান্তত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

SC Holds Abrogation On Article 370:

সকলো উৎকণ্ঠা অন্ত পেলাই জম্মু-কাশ্মীৰৰ সৈতে জড়িত সংবিধানৰ ৩৭০ অনুচ্ছেদ সন্দৰ্ভত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ বাতিলৰ সপক্ষে ৰায় প্ৰদান কৰে।

ADVERTISEMENT

উচ্চতম ন্যায়ালয়ে ৩৭০ অনুচ্ছেদ বাতিল বৈধ আৰু সাংবিধানিক বুলি অভিহিত কৰি উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে ৩৭০ অনুচ্ছেদ বাতিল কৰিব পাৰে ৷ আনহাতে ৩৭০ প্ৰত্যাহাৰ ৰাষ্ট্ৰপতিৰ উদ্দেশ্য প্রণোদিত নাছিল ৷ বৰং অনুচ্ছেদ ৩৭০ সাময়িক ব্যৱস্থা আছিল ৷

একেদৰে ন্যায়ালয়ৰ বিচাৰপীঠে আৰু উল্লেখ কৰে যে জম্মু-কাশ্মীৰৰ সুকীয়া সার্বভৌমত্ব নাছিল জম্মু-কাশ্মীৰৰ সংবিধান ভাৰতৰ সংবিধানৰ অধীন ৷
জম্মু-কাশ্মীৰৰ দ্বিখণ্ডিতকৰণক বৈধত ঘোষণা কৰে ৷ ন্যায়ালয়ে ৰায়টোত কয় যে,জম্মু-কাশ্মীৰত ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ৷

উল্লেখ্য যে,সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাৱৈ আৰু ন্যায়াধীশ সূৰ্য কান্ত পাঁচজনীয়া বিচাৰপীঠে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত বাহাল ৰখাৰ ৰায় ঘোষণা কৰে।

দীঘলীয়া শুনানিৰ অন্তত সোমবাৰে প্ৰদান কৰা চুড়ান্ত ৰায়টোত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত সম্পূৰ্ণ বৈধ আছিল ৷ ইয়াৰ লগে লগে ৩৭০ অনুচ্ছেদৰ সপক্ষে আবেদনকাৰীয়ে উপস্থাপন কৰা যুক্তিক নাকচ কৰা হয় ৰায়টোত ৷

স্মতব্য যে, ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ বাবে থকা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ নিষ্ক্ৰিয় কৰিছিল ৷ তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে গৰজি উঠে জম্মু-কাশ্মীৰৰ বহু কেইটা দল- সংগঠন ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় সংশ্লিষ্ট সংগঠনবোৰে ৷ এই সম্পৰ্কত ন্যায়ালয়ে দীঘলীয়া শুনানী চলাই ৫ ছেপ্তেম্বৰত শুনানি সম্পন্ন কৰে ৷

আনহাতে জম্মু-কাশ্মীৰৰ কোনো আভ্যন্তৰীণ সাৰ্বভৌমত্ব নাছিল। মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে দৈনন্দিন কাম-কাজৰ সৈতে জড়িত ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ন্যায়িক পৰ্যালোচনা হ’ব নোৱাৰে। সংবিধানৰ ৩৫৭ নং অনুচ্ছেদৰ অধীনত ৰাজ্য বিধানসভাৰ কোনো আইন বাতিল বা সংশোধনৰ ক্ষমতা সংবিধানৰ ৪২ সংখ্যক সংশোধনী আইনৰ প্ৰেক্ষাপটত পঢ়িব লাগিব।

মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড়ে ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ পূৰ্বে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতিৰ শাসনকালত কেন্দ্ৰই ৰাজ্য চৰকাৰৰ ঠাইত সিদ্ধান্ত ল’ব পাৰে। ৰাজ্য বিধানসভাৰ ঠাইত সংসদে কাম কৰিব পাৰে।

মনকৰিবলগীয়া যে,জম্মু-কাশ্মীৰ সন্দৰ্ভত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ সপক্ষে অৱস্থান কৰি পুনৰ বাহাল ৰখাৰ দাবী জনোৱা আবেদনকাৰী সকল আছিল অধিবক্তা এম এল শৰ্মা, শ্বোৱেইব কুৰেশ্বী, মুজাফ্ফাৰ ইকবাল খান, ৰিফাত আৰা বুট, ছাকিৰ শ্বাব্বিৰ, ৰাষ্ট্ৰীয় সন্মিলনৰ সাংসদ মহম্মদ আকবৰ ল’ন, হাছনাইন মাছুদী, চি পি আই নেতা মহম্মদ ইউছুফ তাৰিগামি, ইন্দৰজিৎ টিক্কু, সাংবাদিক সতীশ জেকব, প্ৰাক্তন এয়াৰ ভাইচ মাৰ্শ্বাল কপিল কাক, প্ৰাক্তন আই এ এছ হিন্দল হায়দৰ ত্যবজী, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল অশোক মেহতা, অমিতাভ পাণ্ডে, গোপাল পিল্লাইৰ লগতে পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ, জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্স সহ বহু কেইটা সংগঠন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Article 370 VerdictConstitutionally ValidJ&KSC Holds Abrogation On Article370
publisher

publisher

Related Posts

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d