State government has issued important directives to state employees:ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ দিছপুৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

janata bhawan

State government has issued important directives to state employees:

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ দিছপুৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷

১৫ আগষ্টৰ ভিতৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা পালন নকৰিলে দৰ্মহা নাপাব আগষ্টৰ মাহৰ ৷

চৰকাৰৰ বিভাগীয় মূৰব্বীয়ে নিজ নিজ বিভাগৰ কৰ্মচাৰীৰ ক্ষতিয়ান দিব লাগিব ৷

বিত্ত বিভাগক দিবলগীয়া তথ্য যথা সময়ত আপডেট কৰাৰ নিৰ্দেশ চৰকাৰৰ ৷

চৰকাৰৰ Fin Assam প’ৰ্টেলত কৰ্মচাৰীয়ে Employee Self Service ডাটা তৎকালেই দিব লাগিব জমা ৷

৩০ আগষ্টৰ ভিতৰত Employee Self Service ডাটা জমা নিদিয়া কৰ্মচাৰীৰ দৰ্মহা কৰা হ’ব বন্ধ

Exit mobile version