Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DNA Services of Aranyak Wildlife Genetic Laboratory:গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰৰ ডি এন এ ফৰেনছিক সেৱাৰ এটা দশক সম্পূৰ্ণ

publisher by publisher
July 11, 2024
in Assam, India, News
Reading Time: 2 mins read
0
DNA Services of Aranyak Wildlife Genetic Laboratory:গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰৰ ডি এন এ ফৰেনছিক সেৱাৰ এটা দশক সম্পূৰ্ণ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

DNA Services of Aranyak Wildlife Genetic Laboratory:

যোৱা দহ বছৰ ধৰি গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰে বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণ সেৱা সফলতাৰে আগবঢ়াই আহিছে । এই পৰীক্ষাগাৰটোৱে অসমৰ এশৰো অধিক কেচৰ উপৰিও আন ৰাজ্যতো নিজৰ সেৱা আগবঢ়াইছে, যাৰ ফলত অঞ্চলটোৰ বন্যপ্ৰাণী অপৰাধৰ তদন্ত দ্ৰুততাৰে আগবঢ়াত যথেষ্ট সহায় হৈছে।

ADVERTISEMENT

পৰীক্ষাগাৰটোৱে ৰূপগত ভাৱে পৃথক কৰিব নোৱাৰা জৈৱিক সামগ্ৰীৰ পৰা বন্যপ্ৰাণীৰ প্ৰজাতি চিনাক্তকৰণ, গঁড়, হাতী, বাঘ, নাহৰফুটুকীৰ ডি এন এৰ জৰিয়তে ফৰেনছিক, বন্দী হাতী পোৱালিৰ পিতৃ-মাতৃৰ পৰীক্ষা আদি বিভিন্ন ডি এন এ বিশ্লেষণৰ সেৱা আগবঢ়াই অহিছে ।

২০১২ চনত আৰন্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰ বিশ্বৰ প্ৰথম এনে গৱেষণাগাৰ হিচাপে পৰিগণিত হয় যিয়ে বনাঞ্চলত এশিঙীয়া গঁড়ৰ ব্যক্তিগত চিনাক্তকৰণৰ বাবে ডিএনএৰ ছাপ সফলতাৰে ব্যৱহাৰ কৰে আৰু জনসংখ্যাৰ আকলনৰ লগতে ফৰেনচিক অনুসন্ধানৰ বাবে এই কৌশল ব্যৱহাৰ কৰে।

পৰীক্ষাগাৰটোৱে দেশৰ গঁড়ৰ আনুবংশিক ডাটাবেছ প্ৰস্তুত কৰিছে, যাৰ সহায়ত যিকোনো গঁড়ৰ নমুনা, যেনে বাজেয়াপ্ত খৰ্গৰ উৎপত্তিৰ উৎস চিনাক্তকৰন, যিয়ে গঁড় সম্পৰ্কীয় অপৰাধৰ তদন্তত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি অহিছে।

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী তথা ইয়াৰ বন্যপ্ৰাণী আনুবংশিক বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী উদয়ন বৰঠাকুৰে কয় যে, “ডি এন এ নমুনা সংগ্ৰহৰ বাবে প্ৰশিক্ষণত সহায় আগবঢ়োৱা আৰু সমান্তৰালভাৱে আমি অসম আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহত বন্যপ্ৰাণীৰ ফৰেনছিক ডি এন এ তদন্তত সহায় কৰি যোৱাৰ পৰিকল্পনা কৰিছো ।”

“আমি চৰকাৰৰ পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগতে ৰাজ্যৰ অন্যান্য বন বিভাগসমূহক এই ক্ষেত্ৰত কাম কৰিবলৈ উদগনি জনাবৰ বাবে চেস্তা হাতত লৈছে ।’- বৰঠাকুৰে কয়।

উল্লেখযোগ্য যে ২০০৮ চনত প্ৰতিষ্ঠা হোৱা বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰক জৈৱিক নমুনা সংগ্ৰহৰ অনুমতি ২০০৯ চনত ভাৰত চৰকাৰৰ পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰদান কৰিছিল। অসম বন বিভাগে ২০১৪ চনত ফৰেনছিক ডি এন এ বিশ্লেষণ আৰু ৰাজ্যৰ ভিতৰত বন্যপ্ৰাণী জিনীয় বিজ্ঞানৰ বাবে বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰ সেৱাত অনুমোদন জনাইছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakDNA ServicesWildlife Genetic Laboratory
publisher

publisher

Related Posts

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d