Illegal weapons Paddlar Arrested in Lanka Kaki:লংকাৰ কাকীত অবৈধ মাৰাণস্ত্ৰসহ সৰবৰাহকাৰী আটক

weapons

Illegal weapons Paddlar Arrested in Lanka Kaki:

লংকাৰ কাকীত অবৈধ মাৰাণস্ত্ৰ সহ আটক এজন সৰবৰাহকাৰী। দেওবাৰে নিশা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি ৰামপুৰত অভিযান চলাইজমিৰ উদ্দিন নামৰ সৰবৰাহকাৰী এজনৰ পৰা জব্দ কৰে এটা পইণ্ট ৬৫ এম এম পিষ্টল আৰু দুটা সজীৱ গুলী সহ কেতবোৰ আপত্তিজনক নথিপত্ৰ ৷

ADVERTISEMENT

উল্লেখ্য যে আটকাধীন জমিৰ উদ্দিন মাৰাণস্ত্ৰ সৰবৰাহৰ স’তে জড়িত আছিল। তেওঁ দক্ষিণ দেৱস্থানৰ মৌজাদাৰ

Exit mobile version