Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Woman arrested for harboring fake gold smugglers:নকল সোণৰ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত মহিলা আটক

publisher by publisher
August 10, 2024
in Uncategorized
Reading Time: 1 min read
0
Woman arrested for harboring fake gold smugglers:নকল সোণৰ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত মহিলা আটক
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Woman arrested for harboring fake gold smugglers:

বহু চৰ্চিত এছ আই জোনমণি ৰাভা মৃত্যুৰ ঘটনাৰ সময়ত নকল সোণৰ বেপাৰীৰ বিৰুদ্ধে সক্ৰিয় হোৱা দেখুৱা হাছিনা বেগমক হঠাতে গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে ৷

ADVERTISEMENT

নকল সোণৰ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত মহানগৰীৰ এখন হোটেলত বাহৰ পাতি থকা সময়ত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ৷

উল্লেখ্য যে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অ’চি আৰু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নামত নকল সোণৰ সৰবৰাহকাৰী আৰু জালনোট চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

আনকি উদ্থাপিত অভিযোগ মতে হাছিনা বেগমৰ কথা মতে কাম নকৰা আৰক্ষী বিষয়াক বদলি কৰাৰ ভাবুকি দিয়ে। এনে বহু অভিযোগ অনুসৰি আৰক্ষীয়ে ৰজু কৰিছিল বঙালমৰাৰ হাছিনা বেগমৰ বিৰুদ্ধে ৷

আনহাতে আৰক্ষীৰ কঠোৰস্থিতিৰ পাছতে আত্মগোপন কৰি আছিল গুৱাহাটীত। অৱশেষত বিশেষ খবৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত শুক্ৰবাৰে নিশা হাছিনা বেগমক গণেশগুৰিৰ এখন ল’জৰ পৰা গ্ৰেপ্তাৰ কৰে । হাছিনাৰ স’তে একেটা কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁৰ আন এজন সহযোগী ফকৰুদ্দিনক৷

স্মতৰ্ৱ্য যে এছ আই জোনমণি ৰাভা মৃত্যুৰ ঘটনা সন্দৰ্ভত লখিমপুৰ আৰক্ষীয়ে নকল সোণ আৰু জাল নোটৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ সময়ত এই গৰাকী হাছিনা বেগম হঠাতে আত্মপ্ৰকাশ ঘটিছিল ৷ নিজকে এই অপৰাধী চক্ৰৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা লৈ থকা বুলি কৈ নকল সোণ আৰু জাল নোটৰ সৰবৰাহকাৰীৰ এখন তালিকা ডিজিপিৰ হাতত প্ৰদান কৰি সেই সময়ত বিশেষভাৱে চৰ্চিত হৈ পৰিছিল হাছিনা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahatiharboring fake gold smugglersLakhimpur PoliceWomen Arrested
publisher

publisher

Related Posts

Uncategorized

SuomiVeto mobiilisovellus: nopea pääsy ja sujuva pelikokemus

August 20, 2026

Pin-Up Casino в 2026 году: какие бонусы и акции доступны для игроков

August 20, 2026
Uncategorized

Pin Up казино: что нового в играх с живыми дилерами в 2026 году

August 20, 2026
Uncategorized

Pin Up Bet: promociones exclusivas que no puedes perderte este año

August 19, 2026
Uncategorized

Тоглоомын шинэ туршлага: Pinco casino-д яаж амжилттай тоглох вэ?

August 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d