Minister of State for External Affairs Pavithra Margherita is on an eight-day visit to five countries:আঠদিনীয়া ভ্ৰমণ সূচীৰে পাঁচ দেশলৈ বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

বৈদেশিক ৰাজ্যিক মন্ত্ৰী হিচাপে মাৰ্ঘেৰিটাৰ এইটোৱেই হ’ব প্ৰথম বিদেশ ভ্ৰমণ

prabitra

Minister of State for External Affairs Pavithra Margherita is on an eight-day visit to five countries:

বৈদেশিক ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছতে পবিত্ৰ মাৰ্ঘেৰিটাই পাঁচ খন দেশ ভ্ৰমণৰ উদ্দেশ্যৰে ১৬ আগষ্টত উৰা মাৰিব ডমিনিকান ৰিপাব্লিকলৈ ৷

ইয়াৰ পিছত একাদিক্ৰমে গুৱেটামালা (১৭-১৯ আগষ্ট ২০২৪), এল ছালভাদৰ (১৯ আগষ্ট ২০২৪), পানামা ( ২০-২২ আগষ্ট ২০২৪) আৰু ট্ৰিনিদাদ এণ্ড ট’বাগো (২৩-২৪ আগষ্ট ২০২৪)ত উপস্থিত হৈ সংশ্লিষ্ট দেশৰ ৰাষ্ট্ৰ প্ৰধানক সাক্ষাৎ কৰাৰ লগতে বিদেশ মন্ত্ৰীৰ স’তে মতবিনিময় কৰিব বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ২৪ আগষ্টত মন্ত্ৰী গৰাকী উভতিব স্বদেশলৈ

Exit mobile version