Assam Police announces special medal on Independence Day:স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষীৰ বিশেষ পদক ঘোষণা

১৪ গৰাকী বিষয়া-জোৱানলৈ পদক, ডি আই জি ৰত্না সিংক ৰাষ্ট্ৰপতি বিশেষ পদক, ১৩ গৰাকী বিষয়া-জোৱানক উৎকৃষ্ট সেৱা পদক

assam police

Assam Police announces special medal on Independence Day:

স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষীৰ বিশেষ পাৰদৰ্শিতা লাভ কৰা আৰক্ষী বিষয়া-জোৱানৰ নাম ঘোষণা কৰে অসম আৰক্ষীয়ে ৷ আনহাতে চলিতবৰ্ষৰ ৰাষ্ট্ৰপতি বিশেষ সেৱা পদক লাভ কৰিছে  ডি আই জি ৰত্না সিঙে |

আনহাতে ১৩ গৰাকী উৎকৃষ্ট সেৱা পদক লাভ কৰা বিষয়া- জোৱান সকল হ’ল ডিআইজি বিজয় গিৰি কুলিগাম,আৰক্ষী অধীক্ষক মিহিৰ জিৎ গায়ন, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, আৰক্ষী অধীক্ষক সিংহৰাম মিলি, উপ -পৰিদৰ্শক ত্রৈলোক্য শর্মা, নায়ক বিজু লহকৰ,উপ- পৰিদৰ্শক বিপুল শইকীয়া,নায়ক প্রফুল্ল ডেকা,সহ উপ-পৰিদর্শক কামিনী ডেকা,নায়ক শৈলেন কাকতি,পৰিদৰ্শক মনোজ কুমাৰ সিঙ,নায়ক কান্ত সিংহ আৰু নায়ক ইনামূল হক ৷

Exit mobile version