Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Civilian Award 2023:উপ-ৰাষ্ট্ৰপতিৰ উপস্থিতিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘অসম বৈভৱ’ বঁটা

দৌৰবিদ হিমা দাস সহ চাৰি গৰাকীলৈ 'অসম সৌৰভ', বিশিষ্ট উদ্যোগী অনুপম ডেকা সহ ১৭ গৰাকীক 'অসম গৌৰৱ' বঁটা

publisher by publisher
February 13, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assam Civilian Award 2023:উপ-ৰাষ্ট্ৰপতিৰ উপস্থিতিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘অসম বৈভৱ’ বঁটা
2
SHARES
22
VIEWS
ShareShareShareShare

Assam Civilian Award 2023:

ৰাজ্য চৰকাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আজি আবেলি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম অসামৰিক বঁটা-২০২৩ গৰাকী বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৃতিত্বৰে উজ্জ্বলি উঠা ২২ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় ৷

ADVERTISEMENT

দেশৰ উপ- ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল গুলাব চন্দ কাটাৰিয়াই বঁটা সমূহ প্ৰদান কৰে ৷

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

প্ৰথমে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ প্ৰদান কৰা হয় দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । একেদৰে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰা হয় ক্ৰমে সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, দৌৰবিদ ধিং এক্সপ্ৰেছ হিমা দাস , নাদিৰাম দেউৰী আৰু গাজিয়াবাদৰ ড: কিষণ চান্দ নৌৰিয়ালৈ ৷

আনহাতে ৰাজ্যৰ ১৭ গৰাকী ব্যক্তি ক্ৰমে বিহুৱা ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, শব্দযন্ত্ৰী দেৱজিৎ চাংমাই, বিশিষ্ট কৃষক নীলম দত্ত,বিশিষ্ট উদ্যোগী অনুপম ডেকা, প্ৰকৃতিপ্ৰেমী সৌম্যদীপ দত্ত, কাঠফুলাৰ খেতিয়ক বসন্ত চিৰিং ফুকন, বৰপেটাৰ মনেন্দ্ৰ ডেকা, শিৱসাগৰৰ আশাকৰ্মী মীনাক্ষী চেতিয়া, কাৰ্বি আংলঙৰ পখিলা লেকথেপি, দ্ৰোণ ভূঞা, ওদালগুৰিৰ টেনজিং বদোচা, নিৰ্মল দে’, জেচিন কুম্বাং পাৱ, মেৰী হাছাঁ, উপেন্দ্ৰ ৰাভা আৰু অসমীয়া উদ্যোগী ৰাহুল গুপ্তাক ‘অসম গৌৰৱ বঁটা’ৰে সন্মানিত কৰা হয়।

উল্লেখ্য যে,অনুষ্ঠানটোৰ আঁত ধৰে অসম চৰকাৰৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে ৷ অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ,অসম চৰকাৰৰ মন্ত্ৰী,বিধায়ক,সাংসদ আৰু শীৰ্ষ আমোালা আৰু আৰক্ষীৰ উৰ্ধতম বিষয়া সকল উপস্থিত থাকে ৷

মনকৰিবলগীয়া যে,‘অসম বৈভৱ বঁটা’ৰে সন্মানিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৫লাখ টকা,‘অসম সৌৰভ বঁটা’ লাভ কৰা ব্যক্তি সকললৈ ৪লাখ টকা আৰু
‘অসম গৌৰৱ বঁটা’ প্ৰাপ্তসকলক ৩ লাখ টকাকৈ ধন প্ৰদান কৰা হয় ৷ বঁটা প্ৰাপক সকলে আজীৱন লাভ কৰিব কেতবোৰ সুবিধা ৷ সেই সমূহ হ’ল ৰাজ্যৰ মেডিকেল কলেজত বিনামূলীয়া চিকিৎসা সেৱা লাভৰ লগতে আৱৰ্ত ভৱনত বিনামূলীয়াকৈ থাকিব পাৰিব ।

ইয়াৰোপৰি জটিল ৰোগত আক্ৰান্ত হ’লে চৰকাৰে বঁটা প্ৰাপক সকলক সহায় আগবঢ়াব ২ লাখ টকাকৈ ৷ একেদৰে বঁটা প্ৰাপকসকলক অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত বিনামূলীয়াকৈ ভ্ৰমণৰো সুবিধা লাভ কৰিব ৷ অৱশ্যে এই সুবিধা লাভৰ পূৰ্বে ২৪ ঘণ্টাৰ আগতেই চৰকাৰক অৱগত কৰিব লাগিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Civilian Award 2023Golab Chand KatariaHimanta Biswa SarmaJagdeep DhankharSrimanta Sankardev Kalakshetra
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d