Journalist Pension’2024:ৰাজ্যৰ ২০গৰাকী সাংবাদিকলৈ ২০২৪ বৰ্ষৰ সাংবাদিক পেঞ্চন

journalist pension

Journalist Pension’2024:

ৰাজ্য চৰকাৰৰ ২০২৪ বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা। ৰাজ্যৰ ২০ গৰাকী সাংবাদিকলৈ ২০২৪ বৰ্ষৰ সাংবাদিক পেঞ্চন।সাংবাদিক পেঞ্চন লাভ কৰা সাংবাদিক সকল হ’ল নলবাৰীৰ তাজুদ্দিন আহমেদ, ডিব্ৰুগড়ৰ শৰৎ সিং নেওগ, কামৰূপ(মহানগৰ)ৰ কৈলাশ চৌধুৰী, তিনিচুকীয়াৰ কৃষ্ণা উপাধ্যায়, কামৰূপ(মহানগৰ)ৰ নৃপেন্দ্ৰ নাথ দাস, নলবাৰীৰ দণ্ডি ৰাম দাস, কামৰূপ(মহানগৰ)ৰ ডঃ ফুৰিৎ চাবাম বীৰমণি, তিনিচুকীয়াৰ শান্তনু গোস্বামী, নলবাৰীৰ বজৰংগলাল আগৰৱালা, শিৱসাগৰৰ অনিল কুমাৰ গুপ্তা, কাছাৰৰ হেমন্ত কুমাৰ দত্ত পুৰকায়স্থ,নগাঁৱৰ কনক হাজৰিকা,যোৰহাটৰ জীৱন চন্দ্ৰ দত্ত, ডিব্ৰুগড়ৰ ভদ্ৰেশ্বৰ গগৈ,কৰিমগঞ্জৰ মিহিৰ দেবনাথ,কোকৰাঝাৰৰ স্বপন কুমাৰ এশ,কামৰূপ(ম)ৰ পুলিন সাহা,অৰুণ কুমাৰ ঝা,তামুলপুৰৰ আনন্দ ৰামচিয়াৰী আকু নলবাৰীৰ প্ৰদীপ কুমাৰ কলিতা ৷

Exit mobile version