Akan Bora Resigns:কংগ্ৰেছৰ নিৰ্বাচনী কমিটী আৰু পিএচিৰ পৰা পদত্যাগ অকণ বৰাৰ

akan bora

Akan Bora Resigns:

এপিচিচিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাই পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটি আৰু পিএচিৰ পদৰ পৰা ৷

উল্লেখ্য যে দিছপুৰৰ প্ৰাক্তন বিধায়ক বৰাৰ পুত্ৰ তথা এপিচিচিৰ সম্পাদক মানস বৰাই লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিছিল বিজেপিত। তাৰ পিছৰে পৰা কংগ্ৰেছত একপ্ৰকাৰ এলাগী হৈ পৰিছিল অকন বৰা ৷ দলীয় বিষয়বাব ত্যাগ কৰিছে যদিও প্ৰবীন কংগ্ৰেছ নেতা গৰাকীয়ে দলত্যাগ কৰা নাই ৷ আগন্তুক দিনত প্ৰদেশ কংগ্ৰেছত তেওঁৰ ৰণনীতি কি হ’ব সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version