Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BJP will split and the Assam Jana Sangh will be Born:বিজেপিত এলাগী হোৱা বিজেপিৰ নেতাৰ দলত্যাগৰ বাবে সাজু

অচিৰেই বিজেপি ফাটি ভূমিষ্ঠ হ'ব অসম জনসংঘ, বিজেপিৰ শদিয়া-শিৱসাগৰৰ প্ৰাক্তন সভাপতিৰ পদত্যাগৰ পাছত বিশেষ চৰ্চা আৰম্ভ, যুধিষ্ঠিৰ গগৈ-ড: ভৱেন মহনৰ ক্ষোভ উজাৰি দল ত্যাগ, নতুন সংগঠন গঢ়িবলৈ প্রস্তুতি

publisher by publisher
July 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
State BJP is busy with By- Elections in five Constituencies:পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

Former Union Minister Rajen Gohain has called the BJP an exploiter:বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই

BJP will split and the Assam Jana Sangh will be Born:

লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তৰ পৰাই ৰাজ্যিক বিজেপিৰ শিবিৰত আৰম্ভ হোৱা গুণগুণনি ‘অসম জনসংঘ’ নামেৰে আনুষ্ঠানিক ৰূপ লোৱাৰ দিশে এখোজ আগবাঢ়িল। পূব অসমৰ দলৰ জ্যেষ্ঠ তথা গুৰুত্বপূৰ্ণ নেতাই বিজেপি ত্যাগ কৰাৰ পাছত বিষয়টোৱে এনেদৰে গতি লয়।

ADVERTISEMENT

বৃহস্পতিবাৰে এক ঘটনাক্ৰমত বিজেপিৰ সাধাৰণ সদস্য পদো ত্যাগ কৰে শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ আৰু শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ড:ভরেন মহনে। যুধিষ্ঠিৰ গগৈ দলৰ বিভিন্ন দায়িত্বত থকাৰ উপৰি
একেলেথাৰিয়ে দুবাৰ জিলা সভাপতি আছিল। তদুপৰি তেওঁ ধেমাজি জিলা বিজেপিৰ সহকাৰী তত্ত্বাবধায়কৰ দায়িত্বতো আছিল।

পূব অসমৰ ৰাজনীতিত বিজেপিয়ে সর্বাধিক গুৰুত্ব দিয়াৰ সময়তে দুজন জ্যেষ্ঠ তথা প্রভাৱশালী নেতাই বৃহস্পতিবাৰে এনেদৰে দল ত্যাগ কৰা বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে। ৰাজ্যিক বিজেপিৰ মজিয়াত তুমুল চর্চা অব্যাহত থকা এই বিষয়টোক অধিক গতি দিছে তেওঁলোকে প্রকাশ কৰা অসন্তুষ্টিক লৈ। গগৈয়ে তেওঁৰ পদত্যাগ পত্রত স্পষ্টভাবে উর্ধ্বতন কর্তৃপক্ষৰ চিন্তা-চৰ্চাবোৰ তেওঁলোকৰ দৰে দায়িত্ববাহী কৰ্মকৰ্তাৰ পৰিপন্থী হৈছে। সেই চিন্তা-চর্চাত জীণ যাব নোৱৰাৰ বাবেই দল এৰাৰ সিদ্ধান্ত লয়।

এনেদৰে দল ত্যাগৰ পূৰ্বে দুয়োজন জ্যেষ্ঠ নেতাই বিগত কে’বাদিনৰ পৰা আনুষ্ঠানিকভাৱে ভূমিষ্ঠ হ’বলৈ উকমুকাই থকা ‘অসম জনসংঘ’ক আগবঢ়াই নিয়াত সক্ৰিয়তাৰে কাম কৰি আহিছে। সেয়েহে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ মজিয়াত প্ৰস্তাৱিত ৰাজনৈতিক দল অসম জনসংঘক লৈ চর্চা তুংগত উঠে।

উল্লেখ্য যে ৰাজ্যিক বিজেপিত ‘বঞ্চনা’ আৰু ‘অৱজ্ঞা’ৰ বলি হোৱা বুলি দলৰ এক বৃহৎসংখ্যক বয়োজ্যেষ্ঠ আৰু যুৱ কর্মী ক্ষুণ্ণ হৈ আহিছে। এই যুৱ কৰ্মীসকল দলটোত দীর্ঘদিন ধৰি জড়িত হৈ আহিছে। অভিযোগ অনুসৰি, বিজেপিত সুদীর্ঘ দিন জড়িত হৈ অহা এইসকল বয়োজ্যেষ্ঠ আৰু যুৱ কৰ্মীৰ মূল্য এতিয়া আৰু নাই। তেওঁলোকক অৱজ্ঞা কৰি এনে বৃহৎসংখ্যকক দললৈ আমদানি কৰা হৈছে, যিসকলে এদিন তেওঁলোককে বিজেপি কৰা বুলি তুচ্ছ-তাচ্ছিল্য আৰু সমালোচনা কৰিছিল।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তৰ পৰা অসমত ন-পুৰণি বিজেপিক লৈ ব্যাপকভাৱে চৰ্চা আৰম্ভ হয়। এই চর্চা এনেদৰেও আগবাঢ়ে যে দলৰ একো নথকা অৱস্থাত যিসকলে বিজেপিৰ আদৰ্শৰে দলৰ পতাকাখন ধৰি ৰাখিছিল, তেওঁলোকৰ বেছিভাগেই ক্রমে সংগঠিত হ’বলৈ ধৰিছে। সেই সংগঠিত ৰূপেই এতিয়া অসম জনসংঘ নামেৰে নতুন ৰাজনৈতিক দল এটা গঠনৰ উকমুকনিত পৰিণত হৈছে। দেশৰ ৰাজনীতিত ভাৰতীয় জনসংঘ এটা পৰিচিত নাম। সেই জনসংঘৰে ভেটিত পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পার্টি (বিজেপি) গঠন হয়। সেই জনসংঘৰে আদর্শত অসম জনসংঘ গঠনৰ দিশে আগবাঢ়িছে ৰাজ্যিক বিজেপিৰ পুৰণি আৰু বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা নেতা-কর্মীয়ে।

সূত্রত প্রকাশ যে সমগ্ৰ ৰাজ্যখনত অসম জনসংঘক সংগঠিত কৰাৰ তৎপৰতা চলিছে। সম্পূর্ণ অনানুষ্ঠানিকভাৱে চলা এই তৎপৰতাৰ অংশ হিচাপে মৰাণ, নাহৰকটীয়া, যোৰহাট, নগাঁও আৰু গুৱাহাটীত সভাও অনুষ্ঠিত হৈছে। কোনো বেনাৰ-প’ষ্টাৰ নথকাকৈ অনুষ্ঠিত অসম জনসংঘৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰিছে বিজেপিৰ লগতে দলটো এৰি যোৱা বহু নেতা- কর্মীও। তেওঁলোকক আইনীভাৱেও পৰামৰ্শ দি থকা হৈছে। চর্চা অনুসৰি, এই পৰামৰ্শ দিয়াসকলৰ অন্যতম হ’ল বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া এজন প্রাক্তন সাংসদ। একেদৰে সহযোগিতা আগবঢ়াইছে বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী, প্রাক্তন বিধায়ক আদিয়েও। অৱশ্যে এই নতুন দল গঠনৰ সন্দৰ্ভত ইয়াৰ লগত জড়িত থকা সকলে এতিয়াই মুখ খুলিব বিচৰা নাই।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম জনসংঘই শক্তিশালী ৰূপত তথা বিজেপিৰ বিকল্প হিচাপে ভুমুকি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইয়াৰ স’তে জড়িত সূত্রই সদৰী কৰে। লক্ষ্যণীয়ভাৱে দল গঠনৰ এই তৎপৰতাত সহযোগিতা আগবঢ়াইছে আৰএছএছৰো একাংশ নেতাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam BJPAssam Jana SanghSenior BJP Leader
publisher

publisher

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d