Tomorrow Is last day for filing nominations for the Rajya Sabha Elections:কাইলৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন

rs

Tomorrow Is last day for filing nominations for the Rajya Sabha Elections:

কাইলৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ।

মনোনয়ন পত্ৰ সংগ্ৰহ বিজেপিৰ ছয় নেতাৰ।

নেতা কেই গৰাকী হ’ল ৰামেশ্বৰ তেলী,ৰেখাৰাণী দাস বড়ো,মিছন ৰঞ্জন দাস,অভিজিৎ কলিতা প্ৰনৱ লহকৰ আৰু দিপ্লু ৰঞ্জন শৰ্মা ৷

আজি দিল্লীত ঘোষণা হ’ব বিজেপিৰ দুই প্ৰাৰ্থীৰ নাম ৷

দিল্লীত বাহৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷

Exit mobile version