Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Lok Sabha Speaker’s Election will be held on Wednesday:লোকসভাৰ অধ্যক্ষৰ বাবে মনোনয়ন পত্ৰ দাখিল ওম বিৰলাৰ

ইণ্ডিয়া মৰ্চাই নিক্ষেপ কৰিলে আঠবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত কংগ্ৰেছ সাংসদ কে সুৰেশক

publisher by publisher
June 25, 2024
in India, News
Reading Time: 2 mins read
0
Lok Sabha Speaker’s Election will be held on Wednesday:লোকসভাৰ অধ্যক্ষৰ বাবে মনোনয়ন পত্ৰ দাখিল ওম বিৰলাৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Expel the Congress from the India Alliance:Aap ইণ্ডি মৰ্চাৰ পৰা বাহিৰ কৰক কংগ্ৰেছক: আপ

J&k Assembly Election:কাশ্মীৰৰ বিধানসভাত ইণ্ডি মর্চাত সংকট

Assam NDA MPs meet Lok Sabha Speaker:দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লোৱা ওম বিৰলাক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল সহ অসমৰ এনডিএ সাংসদৰ

Lok Sabha Speaker’s Election will be held on Wednesday:

লোকসভা অধ্যক্ষ পদক লৈ এনডিএ আৰু ইণ্ডিয়া মৰ্চাই প্ৰক্ষেপ কৰিলে নিজ নিজ প্ৰাৰ্থী ৷ প্ৰথমবাৰৰ বাবে এইবাৰ অধ্যক্ষ পদৰ বাবে হ’ব নিৰ্বাচন ৷ উল্লেখ্য যে,চিৰাচৰিতভাৱে উপাধ্যক্ষ পদটো সদায় বিৰোধীক এৰি দিয়া হয় ৷ কিন্ত এইবাৰ উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়ে এন ডি এ ৷ যাৰ ফলস্বৰূপে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মৰ্চাই অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে আঠবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক।

ADVERTISEMENT

আনহাতে এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰৰ বাবে ওম বিৰলাক অৱতীৰ্ণ কৰাইছে ৷  ইতিমধ্যে আজি শাসক- বিৰোধীৰ দুয়ো গৰাকী প্ৰাৰ্থীয়ে আজি দাখিল কৰে মনোনয়ন পত্ৰ ৷ বুধবাৰে অনুষ্ঠিত হ’ব লোকসভা অধ্যক্ষৰ বাবে ভোটদান পৰ্ব ৷

মঙলবাৰে পুৱা ভাগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰি লোকসভা অধ্যক্ষ পদৰ বাবে সমৰ্থন বিচাৰিছিল। একেদৰে উপাধ্যক্ষ পদটো ইণ্ডিয়া মৰ্চাক এৰি দিবলৈ খৰ্গেই ৰাজনাথ সিঙক অনুৰোধ জনায় ৷ কিন্ত এই সন্দৰ্ভত কোনো সুদত্তৰ নিদিয়াকৈ উভতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী। ইয়াৰ পিছতে বিজেপিয়ে ঘোষণা কৰে কোনোপধ্যেই বিৰোধীক এৰি নিদিয়ে উপাধ্যক্ষ পদটো ৷ এন ডি এ এই দৃষ্টিকোণৰ পাছতে ইণ্ডিয়া মৰ্চাই নিজাববীয়াকৈ অধ্যক্ষ নিক্ষেপ কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি আঠবাৰকৈ সাংসদ হোৱা কংগ্ৰেছৰ সাংসদ কেৰেলাৰ কে সুৰেশক অধ্যক্ষ প্ৰাৰ্থী হিচাপে মনোনিত কৰে ৷ কিন্তু কংগ্ৰেছে লোকসভাৰ উপাধ্যক্ষ পদটো বিচৰা পাছতে সলনি হয় প্ৰেক্ষাপট।

এনে প্ৰেক্ষাপটত বুধবাৰে দিনৰ এঘাৰ বজাত প্ৰথমবাৰৰ বাবে অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ বিজয়ীৰ বাবে প্ৰয়োজনীয় সংখ্যাৰ বলত এন ডি এ প্ৰাৰ্থী ওম বিৰলা দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে,সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত মুঠ আসন ৫৪৩ ৰ ভিতৰত এন ডি এ লাভ কৰে ২৯৩ খন আসন আৰু ইণ্ডিয়া মৰ্চাই লাভ কৰে ২৩৫ খন আসন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India Alliancek.sureshLok Sabha Speaker's ElectionNDA allianceOm Birla
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d