Government employee arrested for bribery: ঔষধৰ ব্যৱসায়ীৰ পৰা উৎকোচ আটক হ’ল চৰকাৰী কৰ্মচাৰী

arrest

Government employee arrested for bribery:

উৎকোচ লৈ ইতিমধ্যে ইজনৰ পিছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী দুনীৰ্তি নিবাৰকৰ জালত পৰাৰ পিছতো লোভ সামৰিব পৰা নাই এচাম ঘোচখোৰ বিষয়া – কৰ্মচাৰী ৷

এইবাৰ পুনৰ ঘোচ লৈ আটক হ’ল এজন চৰকাৰী কৰ্মচাৰী ৷ ঔষধৰ ব্যৱসায়ীৰ পৰা টকা লৈ গ্ৰেপ্তাৰ হ’ল উত্তৰ শালমৰা মহকুমাধিপতি কার্যালয়ৰ  কৰ্মচাৰী ৷ ঘোচখোৰ কৰ্মচাৰীজনৰ নাম খলিলুৰ ৰহমান ৷ এখন ঔষধ বিপণিৰ পৰা টকা সংগ্ৰহৰ দৃশ্য বন্দী হৈছিল বিপনী খনৰ চিচি কেমেৰাত ।

Exit mobile version