Latmandal Arrested In Goshaigaon:
উৎকোচ লৈ পুনৰ আটক দুজন চৰকাৰী কৰ্মচাৰী ৷ ২৫ হাজাৰ টকা উৎকোচ লওতেই হাতে-লোটে আটক কৰে দুনীৰ্তি নিবাৰক শাখাই ৷
ADVERTISEMENT
গোসাঁইগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মঙলবাৰে দুনীৰ্তি নিবাৰক শাখাই অৰ্তকিতে চলোৱা অভিযানত আটক হোৱা চৰকাৰী কৰ্মচাৰী দুজন হ’ল লাটমণ্ডল ইমামুল হক আৰু মহৰি ওহেদ আলী ৷
ইতিমধ্যে আটকাধীন দুয়োজনকে অধিক জেৰাৰ বাবে দুনীৰ্তি নিবাৰক শাখাৰ গুৱাহাটীস্থ কাৰ্যালয়লৈ অনাৰ দিহা কৰা হৈছে ৷