Electricity workers on strike at Bijuli Bhawan:বিজুলী ভৱন কপালে সহস্ৰাধিক বিদ্যুত কৰ্মচাৰীয়ে

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আছাম ষ্টেট আউটছ'ৰ্চ পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়নৰ উত্তাল প্রতিবাদ

aseb

Electricity workers on strike at Bijuli Bhawan:

বৃহস্পতিবাৰে মহানগৰীৰ পল্টন বজাৰস্থিত বিজুলী ভৱন কপালে কে’বা সহস্ৰাধিক বিদ্যুত কৰ্মচাৰীয়েচাকৰি নিয়মীয়াকৰণৰ দাবীৰে আছাম ষ্টেট আউটছ’ৰ্চ পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়নৰ উদ্যোগত আয়োজিত তিনি ঘণ্টীয়া অৱস্থান ধর্মঘটত অংশগ্ৰহণ কৰে ৰাজ্যৰ প্ৰায় তিনি হাজাৰৰো অধিক কৰ্মচাৰীয়ে । হাতত প্লেকাৰ্ড আৰু বৰকাঁহ লৈ বিভিন্ন শ্ল’গানেৰে বিজুলী ভৱন উত্তাল কৰি তোলে প্ৰতিবাদী বিদ্যুত কৰ্মচাৰীয়ে ।

Exit mobile version